Begin typing your search above and press return to search.

দুই সন্তান শ্বাহৰণ, ইক্ৰাৰ জন্মদিন উদযাপন সঞ্জয় দত্ত,মান্যতা দত্তৰ

দুই সন্তান শ্বাহৰণ, ইক্ৰাৰ জন্মদিন উদযাপন সঞ্জয় দত্ত,মান্যতা দত্তৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Oct 2021 7:20 AM GMT

বৃহস্পতিবাৰে ভিনেতা সঞ্জয় দত্ত আৰু মান্যতা দত্তই তেওঁলোকৰ যমজ সন্তান শ্বাহৰানা আৰু ইক্ৰাৰ ১১ সংখ্যক জন্মদিন উদযাপন কৰে।

মান্যতাই আনকি সামাজিক মাধ্যমত তেওঁলোকৰ মাজ নিশা সন্তানৰ জন্মদিন উদযাপনৰ এক আভাস দিয়ে আৰু এটা আন্তৰিক টোকা লিখে ।


উল্লেখ্য যে বছৰ শ্বাহৰণ আৰু ইক্ৰাই ডুবাইত তেওঁলোকৰ দশম জন্মদিন উদযাপন কৰে।

কৰ্মক্ষেত্ৰত সঞ্জয়ক কেজিএফ অধ্যায় ২-ত নেতিবাচক ভূমিকা পালন কৰা দেখা যাব যি ১৪ এপ্ৰিল, ২০২২-ত পৰ্দালৈ আহিব। ইয়াৰ উপৰি তেওঁক ৱাইআৰএফৰ শ্বেমছেৰাতো দেখা যাব য'ত ৰণবীৰ কাপুৰ আৰু বাণী কাপুৰেও অভিনয় কৰিছে।


আৰু পঢ়িব পাৰেঃ ভ্ৰমণৰ জৰিয়তে মাহে ৭৫,০০০ টকা অৰ্জন কৰা ১ বছৰীয়া শিশুটি

Next Story
চাকৰি