Begin typing your search above and press return to search.

মালদ্বীপত জেট স্কিয়িং কৰিলে চাৰা আলী খানে

মালদ্বীপত জেট স্কিয়িংৰ আমেজ লোৱাত ব্যস্ত অভিনেত্ৰী চাৰা আলি খান।

মালদ্বীপত জেট স্কিয়িং কৰিলে চাৰা আলী খানে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Sep 2021 7:23 AM GMT

চাৰা আলী খানে ইনষ্টাগ্ৰামত এটা ভিডিঅ' শ্বেয়াৰ কৰিবলৈ লৈছিল য'ত তেওঁক বন্ধুবৰ্গৰ সৈতে জেট স্কিইং কৰা দেখা গৈছিল। অভিনেত্ৰীগৰাকীয়ে বৰ্তমান মালদ্বীপ ভ্ৰমনত আহিছে ।

চাৰাই তেওঁৰ আজৰি সময় আকৰ্ষণীয় কৰি তুলিবলৈ চেষ্টা কৰে । চাৰাক ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ'টোত সম্পূৰ্ণ উৎসাহেৰে সাগৰত জেট স্কিইং কৰা দেখা গৈছে। ছাৰাই তেওঁৰ বন্ধুবৰ্গৰ সৈতে দৌৰি থকা দেখা গৈছে। তেওঁ ভিডিঅ'টোৰ শেষত এখন ফটোও শ্বেয়াৰ কৰিছিল য'ত ছাৰাক সাগৰত জেটত আৰাম কৰা দেখা গৈছিল।

আৰু পঢ়িব পাৰেঃ ৰিয়া কাপুৰ আৰু কৰণ বুলানীৰ মালদ্বীপৰ নতুন পোষ্ট

Next Story
চাকৰি