Begin typing your search above and press return to search.

কাশ্মীৰৰ প্ৰকৃতিৰ অনুপম থলী শ্বেহনাগ হ্ৰদৰ ফটো শ্বেয়াৰ ছাৰা আলী খানৰ

মালদ্বীপত সমুদ্ৰতীৰত বিকিনি পিন্ধি তোলা একাধিক ফটো তেওঁ শ্বেয়াৰ কৰে।

কাশ্মীৰৰ প্ৰকৃতিৰ অনুপম থলী শ্বেহনাগ হ্ৰদৰ ফটো শ্বেয়াৰ ছাৰা আলী খানৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Sep 2021 9:12 AM GMT

মোহময়ী অভিনেত্ৰী ছাৰা আলী খানে দেওবাৰে তেওঁৰ অনুৰাগীসকলৰ বাবে কাশ্মীৰ ভ্ৰমণৰ কিছু মনোৰম প্ৰাকৃতিক দৃশ্যৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰে। পহেলগামৰ ওচৰত অৱস্থিত শ্বেহনাগ হ্ৰদত বন্ধুবৰ্গৰ সৈতে শিবিৰ পাতি থকা অভিনেত্ৰীগৰাকীয়ে তাত প্ৰত্যক্ষ কৰা সূৰ্যৰ ৰশ্মি আৰু তৰাভৰা নিশাৰ আকাশৰ ফটো আৰু ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।

ছাৰাক ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ফটোত শ্বেহনাগ হ্ৰদৰ ওচৰত বন্ধুবৰ্গৰ সৈতে কিতাপ পঢ়া, খোৱা আৰু শিবিৰ পাতি থকা দেখা গৈছে। তেওঁ এই ফটোবোৰৰ শিৰোনাম দিছে ছানr ৰেজ আৰু ষ্টাৰী নাইটছৰ সৈতে।

বন্ধুবৰ্গৰ সৈতে কেম্পিং উপভোগ কৰাৰ পিছত ছাৰাই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে।

কিছুদিন পূৰ্বে ছাৰাই বন্ধ উদযাপন কৰিবলৈ মালদ্বীপলৈ গৈছিল। মালদ্বীপত সমুদ্ৰতীৰত বিকিনি পিন্ধি তোলা একাধিক ফটো তেওঁ শ্বেয়াৰ কৰে। এই ফটোসমূহ ভাইৰেল হৈছে।

ইয়াৰ পূৰ্বে ছাৰাই ছুটি উদযাপন কৰিবলৈ লাডাখ ভ্ৰমণ কৰে। তেওঁৰ বান্ধৱী ৰাধিকা মদন আৰু জছলীনো এই ভ্ৰমণলৈ গৈছিল। ইয়াৰ পৰা ছাৰাই লেহ-লাডাখৰ সৌন্দৰ্যলৈ চাই থকা অৱস্থাত তোলা কেইবাখনো ফটো শ্বেয়াৰ কৰে।


আৰু পঢ়িব পাৰেঃ ১০বছৰ এটা কোঠালিত প্ৰেমিকাক আবদ্ধ কৰি ৰখাৰ পাছত বিয়া কৰালে প্ৰেমিকে

Next Story
চাকৰি