Begin typing your search above and press return to search.

"স্পেচি়য়েল অপছ - ১.৫" - মুক্তি লাভ কৰিলে প্ৰথম ষ্টৰী টীজাৰে

ডিজনী প্লাছ হ'টষ্টাৰে মুকলি কৰিছে "স্পেচি়য়েল অপছ - ১.৫" - প্ৰথম ষ্টৰী টিজাৰ :হিম্মতৰ কাহিনী, মুখ্য চৰিত্ৰত কেই কেই মেনন

স্পেচি়য়েল অপছ - ১.৫ - মুক্তি লাভ কৰিলে প্ৰথম ষ্টৰী টীজাৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Oct 2021 12:13 PM GMT


"স্পেচি়য়েল অপছ - ১.৫" - প্ৰথম ষ্টৰী টিজাৰ : কেই কেই মেননে ব্যক্ত কৰে এয়া মাত্ৰ আৰম্ভণি। আৰু বেকগ্ৰাউণ্ডত দেখিবলৈ পোৱা যায় এটি বিশেষ অপাৰেশ্যনৰ প্ৰতিচ্ছবি, যিয়ে হিম্মত সিংহক গঢ়ি তুলিছে, বৰ্তমানৰ ব্যক্ত বিশেষ গৰাকীৰূপে।

ডিজনী প্লাছ হ'টষ্টাৰে মুকলি কৰিছে "স্পেচি়য়েল অপছ - ১.৫" - প্ৰথম ষ্টৰী টিজাৰ : হিম্মতৰ কাহিনী, মুখ্য চৰিত্ৰত কেই কেই মেনন। "স্পেচি়য়েল অপছ"ৰ সাফল্যতাৰ পাছত নিৰ্মাতা নীৰজ পাণ্ডেয়ে সিদ্ধান্ত লয় "স্পেচি়য়েল অপছ" পৃথিৱীখন আৰু বিশাল কৰি তোলাৰ। আৰু সেই অনুসৰি এটি হিম্মত সিংৰ প্ৰাক জীৱনৰ কাহিনীৰ ভিত্তিত গঢ়ি তোলা হৈছে "স্পেচি়য়েল অপছ ১.৫"।

এই কাহিনীয়ে দৰ্শকক ঘূৰাই লৈ যায়, ২০০১চনলৈ, যিয়ে হিম্মত সিংহক গঢ়ি তুলিছে, বৰ্তমানৰ ব্যক্ত বিশেষ আৰু ইগৰাকী স্পেচিয়েল এজেণ্ট ৰূপে। চিৰিজটোত দেখিবলৈ পোৱা যাব পুৰণা অভিনেতা গৌতমী কাপুৰ, বিনয় কাপুৰ, পৰ্মিত সেথি আৰু কে. পি. মুখাৰ্জী আৰু নতুনকৈ যোগদান কৰিব আফটাব শিৱদাচিনি, আৰু আদিল খানে।


আৰু পঢ়িব পাৰেঃ "স্পেচি়য়েল অপছ - ১.৫" - মুক্তি লাভ কৰিলে প্ৰথম ষ্টৰী টীজাৰে



Next Story
চাকৰি