আজি ১০ জানুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১০ জানুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস। এই দিনটোতে সমাজ তথা দেশলৈ বিশেষ অৱদান আগবঢ়োৱা লোক সকলৰ জন্ম হৈছিল ৷ অন্যহাতে এই বিশেষ দিনটোতে দেশ তথা সমাজত বিশেষ কিছু ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ।আহক চাওঁ আজিৰ দিনটোৰ ইতিহাস ৷

১৮৮৩ চনৰ আজিৰ দিনটোতে ৰুছ লেখক এলেক্সেদ্ৰো নিকলাৱিস তলস্তয়ৰ জন্ম হৈছিল ৷

১৮৮৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ শিক্ষাবিদ,অৰ্থশাস্ত্ৰী তথা ন্যায়বিদ জন মথাইৰ জন্ম হৈছিল ৷

১৮৯৪ চনৰ আজিৰ দিনটোতে কবি তথা লেখক পী লক্ষ্মীকান্তমৰ জন্ম হৈছিল ৷

১৯০৮ চনৰ আজিৰ দিনটোতে হিন্দী নিৱন্ধকাৰ আৰু সাহিত্যকাৰ পঝানাৰায়নৰ জন্ম হৈছিল ।

১৯৩৩ চনৰ আজিৰ দিনটোতে জ্ঞানপীঠ বটাঁৰে সন্মানিত পঞ্জাবী সাহিত্যকাৰ গুৰদলাল সিঙৰ জন্ম হৈছিল ।

১৯৪০ চনৰ আজিৰ দিনটোতে ভাৰতীয় পাৰ্শ্ব গায়ক তথা শাস্ত্ৰীয় সংগীতকাৰ কে জে য়েচুৰদাসৰ জন্ম হৈছিল৷

১৯৪৯ চনৰ আজিৰ দিনটোতে ছবি নিৰ্মাতা অল্লু অৰবিন্দৰ জন্ম হৈছিল ৷

১৯৭৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় জনপ্ৰিয় অভিনেতা ঋত্বিক ৰোশনৰ জন্ম হৈছিল ৷

১৬১৬ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ৰাজদূত ছাৰ থমাছ ৰোয়ে আজমীৰত জাহাঙ্গীৰৰ লগত সাক্ষাৎ কৰে ৷

১৬২৩ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথম খন সংবাদ পত্ৰ গেজেট ইটালীৰ ৱেনীজ চহৰত প্ৰকাশিত হয়।

১৮২৪ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনৰ ৰসায়নশাস্ত্ৰী জোছেফ এস্পীডিয়নে চিমেন্ট তৈয়াৰ কৰে।

১৮৩৬ চনৰ আজিৰ দিনটোতে প্ৰ’ফেছাৰ মধূসুদন গুপ্তাই প্ৰথম বাৰ মানব দেহত আভ্যন্তৰীণ দিশৰ অধ্যয়ন কৰে ।

১৮৩৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় চাহক ইংলেণ্ডলৈ নিয়ে ৷

১৮৬৩ চনৰ আজিৰ দিনটোতে প্ৰথমবাৰৰ কাৰণে লণ্ডনত ভূমি গত ৰেল সেৱা আৰম্ভ হয়।

১৯১২ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ৰজা জৰ্জ পঞ্চম আৰু ৰাণী মেৰীয়ে ভাৰত ত্যাগ কৰে ৷

১৯৪৬ চনৰ আজিৰ দিনটোতে সংযুক্ত ৰাষ্ট্ৰ মহাসভাৰ প্ৰথম বৈঠকত ৫১ খন ৰাষ্ট্ৰই ভাগ লয় ৷

১৯৫৪ চনৰ আজিৰ দিনটোতে ব্ৰিটিছে তৈয়াৰ কৰা বিশ্বৰ প্ৰথমখন জেট বিমান ভূমধ্যসাগৰত দূৰ্ঘটনাগ্ৰস্ত হয় ।য’ত ৩৫ জনৰ মৃত্যু হৈছিল ৷

১৯৬৩ চনৰ আজিৰ দিনটোতে ভাৰত চৰকাৰে স্বৰ্ণ নিয়ন্ত্ৰণ আঁচনি মুকলি কৰে ৷

পাকিস্তানৰ জেলত ৯ মাহতকৈ অধিক সময় থকাৰ পিছত ১৯৭২ চনৰ আজিৰ দিনটোতে শ্বেখ মুজীবুৰ ৰহমান বাংলাদেশত উপস্থিত হয় ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ২০০৬ চনৰ আজিৰ দিনটোতে পৰাই প্ৰতি বছৰে বিশ্ব হিন্দু দিৱস হিছাপে পালন কৰাৰ ঘোষণা কৰে।

২০০৮ চনৰ আজিৰ দিনটোতে বাহন নিৰ্মাণকাৰী অগ্ৰণী অট’মোবাইল কোম্পানী "টাটা" মটৰ্ছে এক লাখ টকাৰ বাহন "নেনো"ক উপস্থাপন কৰে।

১৬৯২ চনৰ আজিৰ দিনটোতে "কোলকাতা"ৰ নিৰ্মাতা বুলি জনাজাত জৱ চানোকৰ মৃত্যু হৈছিল ৷

১৯৬৯ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ৰাজনেতা তথা লেখক সম্পূৰ্ণানন্দই ইহলীলা সম্বৰণ কৰে ৷

প্ৰসিদ্ধ কবি তথা নাট্যকাৰ গিৰিজাকুমাৰ মাথুৰৰ মৃত্যু হৈছিল ১৯৯৪ চনৰ আজিৰ দিনটোতে ৷

১৯৯৬ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰতীয় অভিনেত্ৰী নাডিয়াৰ মৃত্যু হৈছিল ৷

আজি বিশ্ব হিন্দী দিৱস৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com