আজি ২৪ জানুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ২৪ জানুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস। এই দিনটোতে সমাজ তথা দেশলৈ বিশেষ অৱদান আগবঢ়োৱা লোক সকলৰ জন্ম হৈছিল ৷ অন্যহাতে এই বিশেষ দিনটোতে দেশ তথা সমাজত বিশেষ কিছু ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ।আহক চাওঁ আজিৰ দিনটোৰ ইতিহাস ৷

১৮৫৭ চনৰ আজিৰ দিনটোতে কলকাতা বিশ্ববিদ্যালয় স্থাপন হৈছিল ৷

১৮৫৯ চনৰ আজিৰ দিনটোতে ২৩০ মিটাৰ এক বৃহৎ খাৱৈৰ পৰা প্ৰথম বাৰৰ কাৰণে তেল উলিওৱা হৈছিল ।

১৮৬২ চনৰ আজিৰ দিনটোতে বুখাৰেষ্টক ৰোমানিয়াৰ ৰাজধানী হিচাপে স্বীকৃতি দিয়ে ৷

১৯২৪ চনৰ আজিৰ দিনটোতে ৰুছৰ পেট্ৰ’গ্ৰাদৰ নাম পৰিৱৰ্তন কৰি লেনিনগ্ৰাদ কৰা হয় ।

১৯৩৬ চনৰ আজিৰ দিনটোতে অলবাৰ্ট সেৰুএট ফান্সৰ প্ৰধানমন্ত্ৰী হয় ৷

১৯৩৯ চনৰ আজিৰ দিনটোতে চিল্লীত অহা ভূমি কম্পত প্ৰায় ৫০ হাজাৰ লোকৰ মৃত্যু হয় ।

১৯৫০ চনৰ আজিৰ দিনটোতে সংবিধান সভাই ৰাজেন্দ্ৰ প্ৰসাদক দেশৰ প্ৰথম ৰাষ্ট্ৰপতি নিযুক্তি দিয়ে ৷

১৯৫০ চনৰ আজিৰ দিনটোতে "জন গণ মন"ক ভাৰতৰ ৰাষ্ট্ৰগান হিচাপে স্বীকৃতি দিয়ে ৷

১৯৫১ চনৰ আজিৰ দিনটোতে প্ৰেম মাথুৰ ভাৰতৰ প্ৰথম কমাৰ্শ্যিয়েল পাইলট হয় ৷

১৯৫২ চনৰ আজিৰ দিনটোতে মুম্বাইত প্ৰথম আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ আয়োজন কৰা হয় ৷

১৯৭৯ চনৰ আজিৰ দিনটোতে নেবাদাত আমেৰিকাই পৰমাণু পৰীক্ষণ কৰে ৷

১৯৮৯ চনৰ আজিৰ দিনটোতে পেৰুৰ সোনৰ খনিত প্ৰায় ১২৫ জন মজদূৰৰ আবদ্ধ হয় ।

১৯৯০ চনৰ আজিৰ দিনটোতে জাপানে প্ৰথম লুনৰ প্ৰোব লন্স কৰে ।

১৯৯১ চনৰ আজিৰ দিনটোতে লিথুৱানিয়া গণৰাজ্যই চোৱিয়েত সংঘই সৈনিকক বহিস্কাৰ কৰিব বিচাৰে ৷

১৯৯৬ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ইতিহাসত প্ৰথম বাৰৰ কাৰণে দেশৰ প্ৰথম মহিলা হিলাৰী ক্লিন্টনক উচ্চতম ন্যায়ালয়ত হাজিৰ হ’বলৈ আদেশ দিয়ে ৷

২০০০ চনৰ আজিৰ দিনটোতে নিৰ্বাচনত দলিত সকলৰ আসন সংৰক্ষণ ১০ শতাংশ বঢ়াবৰ কাৰণে সংবিধান সংশোধনৰ কাৰণে ৰাষ্ট্ৰপতিয়ে মঞ্জুৰী দিয়ে ৷

২০০২ চনৰ আজিৰ দিনটোতে ভাৰতীয় উপগ্ৰহ ইনচেট-৩চী সফলতা পূৰ্বকভাৱে নিজৰ কক্ষত স্থাপিত হয়।

২০০৩ চনৰ আজিৰ দিনটোতে ফান্স আৰু ভাৰতৰ মাজত প্ৰত্যপৰ্ণ সন্ধি হয় ৷

২০০৫ চনৰ আজিৰ দিনটোতে অন্ধ্ৰপ্ৰদেশৰ তেলেগুদেশমৰ বিধায়ক পৰিতালা ৰবিক গুলীয়াই হত্যা কৰে।

২০১১ চনৰ আজিৰ দিনটোতে মস্কোৰ এক অঞ্চলত হোৱা বোমা বিস্ফোৰণত প্ৰায় ৪০ জন লোকৰ মৃত্যু হয় আৰু ৪০০ লোক আহত হয় ।

১৭৭৬ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ লেখক অৰ্নেষ্ট হুফমেনৰ জন্ম হৈছিল ৷

১৭৯৭ চনৰ আজিৰ দিনটোতে ফান্সৰ লেখক আৰু কবি অলফ্ৰেড ডী ৱীনীৰ জন্ম হৈছিল ।

১৮২৬ চনৰ আজিৰ দিনটোতে প্ৰথম ভাৰতীয় বেৰিষ্টাৰ জ্ঞানেন্দ্ৰ মোহন ঠাকুৰৰ জন্ম হৈছিল ৷

১৮৭৭ চনৰ আজিৰ দিনটোতে মহান স্বাধীনতা প্ৰেমী তথা ক্ৰান্তিকাৰী পুলিন বিহাৰী দাসৰ জন্ম হৈছিল ৷

১৯২৪ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰৰ জন্ম হৈছিল ৷

১৯৪৩ চনৰ আজিৰ দিনটোতে হিন্দী ছবি জগতৰ এক নিমাৰ্তা নিৰ্দেশক সুভাষ ঘাইৰ জন্ম হৈছিল ।

১৯৬৫ চনৰ আজিৰ দিনটোতে ব্ৰিট্টেইনৰ প্ৰধানমন্ত্ৰী বিস্তন চৰ্চিলৰ মৃত্যু হৈছিল ৷

১৯৬৬ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰতীয় বৈজ্ঞানিক তথা দেশৰ পৰমাণু কাৰ্যক্ৰমৰ জনক হোমী জাহাংগীৰ ভাভাৰ মৃত্যু হৈছিল ৷

২০১১ চনৰ আজিৰ দিনটোতে ভাৰত ৰত্ন সন্মানিত ভাৰতৰ প্ৰসিদ্ধ গায়ক পণ্ডিত ভীমসেন জোশীৰ জন্ম হৈছিল ৷

১৯৫৮ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ সাহিত্যকাৰ চন্দ্ৰৱলী পাণ্ডেয়ে ইহলীলা সম্বৰণ কৰে ৷

আজিৰ দিনটোতে ইন্দিৰা গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ আসনত অধিস্থিত হয় ৷সেয়েহে এই দিনটোক "ৰাষ্ট্ৰীয় বালিকা দিৱস"হিচাপে পালন কৰা হয় ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com