আজি ২ ফ্ৰেব্ৰুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ২ ফ্ৰেব্ৰুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস
Published on

প্ৰত্যেক দিনটোৰ দৰেই আজিৰ দিনটোৰো আছে বিশেষ ইতিহাস ৷ আজিৰ দিনটোতে ইতিহাসত এনেধৰণৰ কিছু ঘটনা সংঘটিত হৈছিল যিসমূহে আমাৰ দেশৰ লগতে আমাৰ সমাজক প্ৰগতিৰ পথত আগুৱাই লৈ গৈছে ৷ আৰু এই ইতিহাস সমূহৰ জৰিয়তে আপুনি বিশ্বৰ কথা জনাৰ লগতে আপোনাৰ জ্ঞানৰ ভৰাঁল চহকী কৰিব পাৰিব ৷ গতিকে আহক জানো আজিৰ দিনটোৰ ইতিহাসঃ

১৫৫৬ চনৰ আজিৰ দিনটোতে চীনত হোৱা এটি বিধ্বংসী ভূমিকম্পত প্ৰায় লাখতকৈও অধিক মানুহৰ মৃত্যু হয়।

১৬২৬ চনৰ আজিৰ দিনটোতে চাৰ্লছ প্ৰথম ইংলেণ্ডৰ সম্ৰাট হয় ।

১৮৪৪ চনৰ আজিৰ দিনটোতে দেশত প্ৰশাসনিক ক্ষেত্ৰত উন্নতি আনিবৰ কাৰণে পিটছ নিয়ামক অধিনিয়ম আৰম্ভ কৰে ৷

১৮৬২ চনৰ আজিৰ দিনটোতে শম্ভুনাথ পণ্ডিত কলিকতা উচ্চ ন্যায়ালয়ৰ প্ৰথম ভাৰতীয় ন্যায়াধীশ হয় ৷

১৮৭৮ চনৰ আজিৰ দিনটোতে য়ুনানে তুৰ্কীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷

১৮৯২ চনৰ আজিৰ দিনটোতে কেলিফ’নিয়াত ফৰ ট্ৰডিংগ ক’লনীৰ স্থাপন কৰিছিল ৷

১৯০১ চনৰ আজিৰ দিনটোতে কুইন ভিক্টোৰিয়াৰ অন্তিম সংস্কাৰ হয়।

১৯১৩ চনৰ আজিৰ দিনটোতে নিউয়কত গ্ৰেণ্ড চেন্টল টাৰ্মিনেলৰ আৰম্ভ হয়।

১৯২২ চনৰ আজিৰ দিনটোতে জেম্চ জয়সে লিখা উপন্যাস য়ুলিসিস প্ৰথম বাৰ প্ৰকাশিত কৰা হয় ৷

১৯৩৯ চনৰ আজিৰ দিনটোতে হংগৰীয়ে ছোবিয়েত সংঘৰ লগত সম্বন্ধ সমাপ্ত কৰে ৷

১৯৪৯ চনৰ আজিৰ দিনটোতে প্ৰেষ্ট টাষ্ট্ৰ অৱ ইণ্ডিয়াৰ স্থাপন হয় ৷

১৯৫২ চনৰ আজিৰ দিনটোতে ভাৰতে মাদ্ৰাছত প্ৰথম টেষ্ট ক্ৰিকেট জয়ী হয়।

১৯৫৩ চনৰ আজিৰ দিনটোতে অখিল ভাৰতীয় খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ গঠন হৈছিল ।

১৯৬৬ চনৰ আজিৰ দিনটোতে পাকিস্তানে কাশ্মীৰ চুক্তিৰ কাৰণে এক মহত্ত্বপূৰ্ণ প্ৰস্তাৱ ৰাখে ৷

১৯৮২ চনৰ আজিৰ দিনটোতে চিৰিয়াই হামাৰ ওপৰত আক্ৰমণ কৰে ৷

১৯৯৭ চনৰ আজিৰ দিনটোতে চীন তথা আমেৰিকাৰ মাজত বস্ত্ৰ ব্যৱসায়ৰ সমাপ্ত কৰাৰ কাৰণে চুক্তি হয়৷

২০০৭ চনৰ আজিৰ দিনটোতে আন্তঃৰাষ্ট্ৰীয় পেনেল (আইপীচীচী) য়ে গ্ল’ৱেল ৱাৰ্মিঙত ৰিপ’ট কৰে ৷

২০১২ চনৰ আজিৰ দিনটোতে চুপ্ৰীম ক’ৰ্টে ১২২ টা সংস্থাক ২ জী স্পেকটাম আৱন্টনক অবৈধ ঘোষণা কৰে ৷

২০১৩ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বৰাক অ’বামায়ে এন আৰআই বৈজ্ঞানিকক পুৰস্কৃত কৰে ৷

ভাৰতৰ প্ৰখ্যাত গান্ধীবাদী নেত্ৰী,স্বাধীনতা সংগ্ৰামী নেত্ৰী আৰু সামাজিক কাৰ্যকতা ৰাজকুমাৰী অমৃত কৌৰৰ জন্ম হৈছিল ৷

১৮৯০ চনৰ আজিৰ দিনটোতে আমেৰিকান অভিনেতা চালৰ্চ কোৰোলৰ জন্ম হৈছিল ৷

১৯০২ চনৰ আজিৰ দিনটোতে দক্ষিন ভাৰতত হিন্দী প্ৰচাৰ আন্দোলনৰ সংগঠক মোটুৰি সত্যনাৰায়নৰ জন্ম হৈছিল ৷

১৯০৫ চনত আজিৰ দিনটোতে উপন্যাস,দাৰ্শনিক আৰু পটকথাকাৰ লেখক এয়ন ৰেণ্ডৰ জন্ম হৈছিল ৷

১৯১৫ চনৰ আজিৰ দিনটোতে দেশৰ প্ৰসিদ্ধ লেখক,কবি খুশবন্ত সিঙৰ জন্ম হৈছিল ৷

১৯১৬ চনৰ আজিৰ দিনটোতে ৰাজনেতা দশৰথ দেৱৰ জন্ম হৈছিল ৷

১৯৪৭ চনৰ আজিৰ দিনটোতে মহিলা অভিনেত্ৰী ফৰাহ ফান্সেটৰ জন্ম হৈছিল ৷

১৯৭৯ চনৰ আজিৰ দিনটোতে বলীউডৰ অভিনেত্ৰী শমিতা চেট্টীৰ জন্ম হৈছিল ৷

২০১৪ চনৰ আজিৰ দিনটোতে অভিনেতা ফিলিপ সীমোৰ হাফমেনৰ মৃত্যু হৈছিল ৷

২০১৬ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ উপন্যাসকাৰ ইন্তজাৰ হুচেইনৰ মৃত্যু হয় ৷

আজি বন অগ্নি সুৰক্ষা দিৱস৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com