আজি ৯ জানুৱাৰীঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ৯ জানুৱাৰীঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰদৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস। এই দিনটোতে সমাজ তথা দেশলৈ বিশেষ অৱদান আগবঢ়োৱা লোক সকলৰ জন্ম হৈছিল ৷ অন্যহাতে এই বিশেষ দিনটোতে দেশ তথা সমাজত বিশেষ কিছু ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে । আহক চাওঁ আজিৰ দিনটোৰ ইতিহাস ৷

১৮৮৯ চনৰ আজিৰ দিনটোতে ঐতিহাসিক উপন্যাসৰাৰ তথা নিবন্ধকাৰ বৃন্দাবনলাল বৰ্মাৰ জন্ম হৈছিল ৷

১৯২২ চনৰ আজিৰ দিনটোতে ভাৰতীয় চিকিৎসাবিদ তথা নোবেল পুৰস্কাৰেৰে সন্মানিত ডা° হৰগোৱিন্দ খুৰানাৰ জন্ম হৈছিল ৷

১৯৩৪ চনৰ আজিৰ দিনটোতে হিন্দী ছবিজগতৰ প্ৰসিদ্ধ পাৰ্শ্ব গায়ক মহেন্দ্ৰ কাপুৰৰ জন্ম হৈছিল ।

১৯৭৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় বলীউড নিৰ্দেশক,অভিনেতা,ছবি নিৰ্মাতা তথা গায়ক ফাৰহান আখতাৰৰ জন্ম হৈছিল।

১৯৮৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় টেলিভিশ্যনৰ অভিনেতা শৰদ মালহোত্ৰাৰ জন্ম হৈছিল ৷

১৯২৭ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ পৰ্যাৱৰণবিদ আৰু চিপক’ আন্দোলনৰ মুখ্য নেতা সুন্দৰলাল বহুগুণাৰ জন্ম হৈছিল ৷

১৭১৮ চনৰ আজিৰ দিনটোতে ফান্সে স্পেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷

১৭৬০ চনৰ আজিৰ দিনটোতে বৰাৰী ঘাটৰ যুদ্ধত আফগানে মৰাঠাসকলক পৰাজিত কৰে ৷

১৭৬৮ চনৰ আজিৰ দিনটোতে ফিলিপ এষ্টেলে প্ৰথমবাৰৰ কাৰণে আধুনিক ছাৰ্কাছৰ প্ৰদৰ্শন কৰে ৷

১৭৯২ চনৰ আজিৰ দিনটোতে তুৰ্কী আৰু ৰুছৰ মাজত শান্তি চুক্তি স্বাক্ষৰ কৰিছিল ৷

১৮১১ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথম মহিলা গোল্ফ টুৰ্ণামেন্ট আয়োজন কৰা হৈছিল ৷

১৯১৫ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা মুম্বাইত উপস্থিত হয় ।

১৯৪১ চনৰ আজিৰ দিনটোতে ইউৰোপীয় দেশ ৰোমানিয়াৰ ৰাজধানী বুখাৰেষ্টত ছয় হাজাৰ ইহুদীক হত্যা কৰিছিল ৷

১৯৫৭ চনৰ আজিৰ দিনটোতে ব্ৰিট্টেইনৰ প্ৰধানমন্ত্ৰী চাৰ এন্থনী এডেন স্বাস্থ্য সমস্যাৰ কাৰণে পদৰ পৰা অব্যাহতি লয় ৷

১৯৭০ চনৰ আজিৰ দিনটোতে চিংগাপুৰে সংবিধানক স্বীকাৰ কৰে৷

১৯৮২ চনৰ আজিৰ দিনটোতে প্ৰথম ভাৰতীয় বৈজ্ঞানিকৰ দল এন্টাকৰ্টিকাত উপস্থিত হয় ৷

২০০১ চনৰ আজিৰ দিনটোতে বাংলাদেশত হিন্দুসকলৰ সম্পত্তি ঘুৰাই দিয়াৰ প্ৰসংগত বিধেয়ক গৃহীত হয় ।

২০০২ চনৰ আজিৰ দিনটোতে মাইকেল জেকচনত আমেৰিকান মিউজিক এৱাৰ্ডে আৰ্ষ্টিছ অব দ্য চেন্সুৰী পদক লাভ কৰে ৷

২০০৭ চনৰ আজিৰ দিনটোতে জাপানত প্ৰথম ৰাজ্য মন্ত্ৰ্যালয় গঠন হয় ৷

২০১১ চনৰ আজিৰ দিনটোতে ইৰান এয়াৰ বিমান ২৭৭ ৰ দুৰ্ঘটনাগ্ৰস্ত হয়৷ য’ত ৭৭ জন লোকৰ মৃত্যু হৈছিল ৷

২০১২ চনৰ আজিৰ দিনটোতে লিয়োনেল মেছিয়ে দ্বিতীয় বাৰৰ কাৰণে ফীফাৰ ৱেলোন ডী সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰে ৷

১৮৭৩ চনৰ আজিৰ দিনটোতে শতাব্দীৰ সকলোতকৈ সাহসী ইউৰোপীয় শাসক শুমাৰ নেপোলিয়ন বোনাপাৰ্ট তৃতীয়ৰ মৃত্যু হৈছিল ৷

১৯৪৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামী নেতা তথা ৰাজনেতা চোটুৰামৰ মৃত্যু হৈছিল ৷

২০০৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় হিন্দী চিনেমাৰ প্ৰসিদ্ধ গীতিকাৰ তথা কবি কমৰ জলালবাদীৰ মৃত্যু হৈছিল।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি:

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com