কামৰূপ মেট্ৰ’ৰ আবকাৰী বিভাগে শনিবাৰে নুনমাটিৰ বাপুজী নগৰ আৰু বিষ্ণু ৰাভা নগৰত কৰা অভিযানত দেশীয় সুৰা জব্দ কৰে।আৰু জব্দ কৰা সুৰা সমূহ নষ্ট কৰি দিয়ে ৷ইফালে কাছাৰী বস্তি,উলুবাৰীত কৰা অভিযানত ৪০০ লিটাৰ দেশীয় সুৰা জব্দ কৰে আৰু সুৰাসমূহ নষ্ট কৰে ৷
আৰু আইএমএফএল দ্বাৰা তৈয়াৰী সুৰাৰ ৬ টা পেকেট জব্দ কৰে ৷ অন্যহাতে এই সমগ্ৰ ঘটনা সংক্ৰান্তত এজন লোকক গ্ৰেপ্তাৰ কৰে ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি