চৰকাৰক অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়নৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ

চৰকাৰক অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়নৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ
Published on: 

সদৌ অসম ছাত্ৰ সন্থাই সোনোৱাল চৰকাৰক কেন্দ্ৰীয় চৰকাৰৰ সহায়ত গুৰুত্বপূৰ্ণ অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়নৰ বাবে দাবী জনাইছে।সংবিধানিক সমিতিক অতি সোনকালে চৰকাৰৰ লগত আলোচনা কৰি দফাটো ৰূপায়নৰ বাবে দাবী জনাইছে।সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি লুৰিন জ্যোতি গগৈয়ে কয় যে খিলঞ্জীয়া লোকসকলৰ বাবে অতি দৰকাৰী অসম চুক্তিৰ ষষ্ঠ ৰূপায়নৰ বাবে অসম চৰকাৰে অতি সোনকালে প্ৰদক্ষেপ লবৰ বাবে দাবী জনাইছো নহলে জাতি ভেটি মাটিৰ কথা কোৱা সোণোৱাল চৰকাৰ ভয়ংকৰ পৰিস্থিতিৰ সন্মূখিত হব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com