ট্ৰাকৰ খুন্দাত উৰিষ্যাত ৫ জন শিক্ষাৰ্থীৰ মৃত্যু

ট্ৰাকৰ খুন্দাত উৰিষ্যাত ৫ জন শিক্ষাৰ্থীৰ মৃত্যু

উৰিষ্যাৰ ভাদ্ৰক জিলাত সংঘটিত হোৱা চাঞ্চল্যকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।আবেলি ৪ বজাত শিক্ষাৰ্থীসকল বিদ্যালয়ৰ পৰা উভতি অহাৰ সময়ত ১৬নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকে চাইকেলত আহি থকা অৱস্থাত খুন্দিওৱাৰ ফলত এই কৰুন ঘটনাটো সংঘটিত হয়।৫ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ৬ জন গুৰুত্বৰভাৱে আহত হয়।উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ২ লাখলৈ ক্ষতিপূৰণ ঘোষনা কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com