সংশোধন হ’ব বিদেশী ন্যায়াধীকৰণ অধিনিয়ম ১৯৬৪

সংশোধন হ’ব বিদেশী ন্যায়াধীকৰণ অধিনিয়ম ১৯৬৪
Published on: 

৩০ জুলাইত প্ৰকাশ পাব এন আৰ চিৰ সম্পূৰ্ণ খচৰা। এন আৰ চিৰ সম্পূৰ্ণ খচৰাত নাম নথকাসকলক এই সংশোধিত নিয়ম সন্নিৱিষ্ট কৰি বিদেশী ন্যায়ধীকৰণৰ কাষ চপাৰ সম্পূৰ্ণ সুবিধা প্ৰদান কৰাৰ লগতে নাম নথকাসকলে নিজাববীয়াকৈ ন্যায়াধীকৰণত স্বদেশী হোৱাৰ প্ৰমাণ কৰাৰ পূৰ্ণ সুযোগ পাব। পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰৰ জাননী অনুসৰি অহা ৩১ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ খচৰাই চূড়ান্ত নথিৰ ৰূপ পাব। কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে কাৰ্যকৰী কৰিব এই নতুন নিয়ম।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com