সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা জনাই চাঁও আহক বৰ্ষটোৰ প্ৰথম দিনটোৰ ইতিহাস

সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা জনাই চাঁও আহক বৰ্ষটোৰ প্ৰথম দিনটোৰ ইতিহাস

আজি ১ জানুৱাৰী ৷ বৰ্ষটোৰ প্ৰথম দিন ৷ প্ৰথমে সকলোলৈকে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনাইছো ৷ নতুন বৰ্ষই সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ,শান্তি আৰু সমৃদ্ধি ৷ আহক নতুন বৰ্ষটোৰ প্ৰথম দিনটোতে জানো আজিৰ দিনটোৰ তাৎপৰ্য তথা ইতিহাস ৷

১৮৭৫ চনৰ আজিৰ দিনটোতে লক্ষ্ণৌৰ প্ৰসিদ্ধ শ্বায়ৰ হছৰত মুহানীৰ জন্ম হৈছিল ৷

১৮৯০ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ৰাজনেতা সম্পূৰ্ণানন্দৰ জন্ম হৈছিল।

ভাৰতৰ মহান ক্ৰান্তিকাৰী মহাদেৱ দেশাইৰ জন্ম হৈছিল ১৮৯২ চনৰ আজিৰ দিনটোতে ৷

১৮৯৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰতীয় বৈজ্ঞানিক প্ৰ’ফেচাৰ সত্যন্দ্ৰনাথ বোসৰ জন্ম হৈছিল ৷

১৯১৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ বাংলা লেখক মল্লৱৰ্মনৰ জন্ম হৈছিল ।

১৯১৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজকুমাৰী নুৰ ইনায়াত খাঁৰ জন্ম হৈছিল ।

১৯২০ চনৰ আজিৰ দিনটোতে সমাজবাদী বিচাৰধাৰাৰ মহান ভাৰতীয় নেতা মনীৰাম ৱাগড়ীৰ জন্ম হৈছিল ৷

১৯৩৬ চনৰ আজিৰ দিনটোতে ১৯৫০-৬০ দশকৰ ভাৰতীয় হিন্দী চিনেমাৰ প্ৰসিদ্ধ অভিনেত্ৰী শকীলাৰ জন্ম হৈছিল ৷

১৯৩৭ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত উপন্যাসকাৰ কাশীনাথ সিংহৰ জন্ম হৈছিল ৷

১৯৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় হিন্দী ফিল্মৰ খ্যাতি প্ৰাপ্ত হাস্য অভিনেতা অচৰানী জন্ম হৈছিল৷

১৯৪৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় বৈজ্ঞানিক ৰঘুনাথ মাশেলকাৰৰ জন্ম হৈছিল ৷

১৯৫০ চনৰ আজিৰ দিনটোতে নিৰ্মাতা,নিৰ্দেশক, পটকথা,লেখক দীপা মেহতাৰ জন্ম হৈছিল ।

১৯৫০ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ গীতকাৰ তথা উৰ্দু কবি ৰাহত ইন্দৰীৰ জন্ম হৈছিল ।

১৯৫১ চনৰ আজিৰ দিনটোতে বলীউডৰ প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ জন্ম হৈছিল৷

১৯৫২ চনৰ আজিৰ দিনটোতে হিন্দী কথাকাৰ আৰু উপন্যাসকাৰ উদয় প্ৰকাশৰ জন্ম হৈছিল ৷

১৯৫৩ চনৰ আজিৰ দিনটোতে ৰাজনীতিজ্ঞ চনমান খুশীদীৰ জন্ম হৈছিল ৷

১৯৬১ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিজ্ঞ তথা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ জন্ম হৈছিল ৷

১৯৭৫ চনৰ আজিৰ দিনটোতে হিন্দী ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী সোনালী বেন্দ্ৰেৰ জন্ম হৈছিল।

১৯৭৮ চনৰ আজিৰ দিনটোতে হিন্দী ছবি জগতৰ বিদ্যা বালানৰ জন্ম হৈছিল।

১৯৭৮ চনৰ আজিৰ দিনটোতে হিন্দী ছবিজগতৰ অভানেত্ৰী তনীশাৰ জন্ম হৈছিল।

১৫১৫ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াৰ লাইবাখ অঞ্চলৰ পৰা ইহুদীসকল বহিষ্কৃত হৈছিল ।

চাৰ্লছ দ্বিতীয় ষ্টুআৰ্ট স্কটলেণ্ড ৰজা হয় ১৬৫১ চনৰ আজিৰ দিনটোতে ৷

১৬০০ চনৰ আজিৰ দিনটোৰ পৰাই স্কটলেণ্ডৰ নতুন বছৰ ২৫ মাৰ্চৰ পৰা হোৱাৰ বিপৰীতে ১ জানুৱাৰীৰ পৰা আৰম্ভ হয় ৷

১৬৬৪ চনৰ আজিৰ দিনটোৰ পৰাই ছত্ৰপতি শিৱাজীয়ে সুৰত অভিযান আৰম্ভ কৰে ৷

১৭২৭ চনৰ আজিৰ দিনটোতে মহাৰাজা জয় সিং দ্বিতীয়ই জয়পুৰ চহৰৰ স্থাপন কৰে ।

১৭৩৮ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়া আৰু ফান্সৰ মাজত শান্তিৰ কাৰণে চুক্তি হয়৷

১৭৭২ চনৰ আজিৰ দিনটোতে পেছৱা মাধৱ ৰাও প্ৰথমৰ মৃত্যুৰ পিছত তেওঁৰ ভ্ৰাতৃ নাৰায়ন ৰাওে ৰাজ্যভাৰ গ্ৰহণ কৰে ৷

১৮৩৩ চনৰ আজিৰ দিনটোতে বেলজিয়াম আৰু হলেণ্ডৰ মাজত জোনহোবেন সন্ধিৰ চুক্তি স্বাক্ষৰিত হয় ।

১৮৭৭ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ মহাৰাণী ভিক্টোৰিয়া ভাৰতৰ সামাজ্ঞী হয়।

১৮৮০ চনৰ আজিৰ দিনটোতে দেশত মণি অৰ্ডাৰ প্ৰনালীৰ আৰম্ভ হয় ৷

১৯০৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ নিকাৰগুৱাত সন্ত্ৰাস সৃষ্টি কৰিছিল ৷

১৯১২ চনৰ আজিৰ দিনটোতে "ৰিপাব্লিক অব চাইনা"ৰ স্থাপন হৈছিল ।

১৯১৫ চনৰ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীক দক্ষিণ আফ্ৰিকাত কৰা কাৰ্যসূচীৰ কাৰণে কেচৰ -এ-হিন্দ" সন্মানেৰে সন্মানিত কৰে।

১৯১৮ চনৰ আজিৰ দিনটোতে উত্তৰ পূৰ্বৰ ইউৰোপীয় দেশ লতাবিয়াই ৰুছৰ স্বাধীনতা ঘোষণা কৰে ৷

১৯২৮ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ এন্টোনিঅ’ত প্ৰথম এয়াৰ কণ্ডিচনাৰ কাৰ্যালয় মুকলি কৰে ৷

১৯৪৮ চনৰ আজিৰ দিনটোতে বিহাৰৰ ৰাজধানী পাটনাত ষ্টীমাৰ নাৰায়ণী দুৰ্ঘটনা গ্ৰস্ত হোৱাৰ কাৰণে পাঁচজন লোক নিহত হয়।

১৯৪৯ চনত কাশ্মীৰত যুদ্ধ বিৰতি ঘোষণা কৰে।

১৯৫৫ চনৰ আজিৰ দিনটোৰ পৰাই ভূটানত প্ৰথম ডাক টিকটৰ প্ৰচলন আৰম্ভ হয় ।

১৯৫৬ চনৰ আজিৰ দিনটোতে মস্কোয়ে স্বাধীনতা লাভ কৰে।

১৯৭১ চনৰ আজিৰ দিনটোৰ পৰাই টেলিভিশ্যনত চিগাৰেটৰ প্ৰচলনৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰে ৷

১৯৭২ চনৰ আজিৰ দিনটোৰ পৰাই বাঘক ৰাষ্ট্ৰীয় পশু হিচাপে জনা যায় ৷

১৯৭৮ চনৰ আজিৰ দিনটোৰ পৰাই এয়াৰ ইণ্ডিয়া ৱোইং ৭৪৭ এক দুৰ্ঘটনাৰ সন্মুখীন হয় ৷ লগতে বিমান খনত থকা ২১৩ জন লোক নিহত হয়।

১৯৮৫ চনৰ আজিৰ দিনটোৰ পৰাই লোৱিয়া চৰকাৰদ্বাৰা সকলো নাগৰিকক সৈন্য প্ৰশিক্ষণ অনিবাৰ্য হিচাপে ঘোষণা কৰে।

১৯৯২ চনৰ আজিৰ দিনটোতে ভাৰত আৰু পাকিস্তানে পৰমাণু প্ৰতিষ্ঠানৰ সূচীক সলনি কৰে।

১৯৯৬ চনৰ আজিৰ দিনটোতে চিংগাপুৰ এছিয়াৰ জাপানৰ পিছত বিকশিত দেশ হিচাপে চিনাক্ত হয়।

২০০১ চনৰ আজিৰ দিনটোতে কলকত্তাৰ নাম কোলকাতা হয় ৷

২০০৫ চনৰ আজিৰ দিনটোতে ইণ্ডোনেছিয়া আৰু ভাৰতৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয় ৷

২০০৯ চনৰ আজিৰ দিনটোতে থাইলেণ্ডৰ ৰাজধানী বেংকৰ এটা নাইট ক্লাবত হোৱা অগ্নিকাণ্ডৰ কাৰণে ৬১ জন লোকৰ মৃত্যু হয় ৷

২০১৩ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ অন্তৰীক্ষ এজেন্সী নাছায়ে মংগল গ্ৰহলৈ এখন যান প্ৰেৰণ কৰে ৷

১৯৩৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ ভূ-বৈজ্ঞানিক হেমচন্দ্ৰ দাসগুপ্তাৰ মৃত্যু হৈছিল ৷

১৯৫৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ বৈজ্ঞানিক শান্তি স্বৰূপ ভটনাগৰৰ মৃত্যু হৈছিল ৷

১৯৪০ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ তেলেগু লেখক পানুগন্টি লক্ষ্মী নৰসিং ৰাওৰ জন্ম হৈছিল ৷

১৯৮৩ চনৰ আজিৰ দিনটোতে এক প্ৰসিদ্ধ ভাৰতীয় উদ্যোগী গাখীৰ উদ্যোগী ড্য এন খুৰোটেৰ জন্ম হৈছিল ৷

২০০৮ চনৰ আজিৰ দিনটোতে পূৰ্ব কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী তথা লেখক প্ৰতাপ চন্দ্ৰৰ মৃত্যু হৈছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com