Begin typing your search above and press return to search.

মেঘালয়ত আৰু পাঁচজন জন ক'ৰ'না পজিটিভ চিনাক্তঃ মুঠ আক্ৰান্তৰ সংখ্যা ৭জনলৈ বৃদ্ধি

নতুনকৈ পাঁচজন ক’ৰ’না মহামাৰীত আক্ৰান্ত চিনাক্ত কৰা হয়।

মেঘালয়ত আৰু পাঁচজন জন কৰনা পজিটিভ চিনাক্তঃ মুঠ আক্ৰান্তৰ সংখ্যা ৭জনলৈ বৃদ্ধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 May 2020 10:27 AM GMT

মেঘালয়ত আৰু পাঁচজন জন ক'ৰ'না পজিটিভ চিনাক্তঃ মুঠ আক্ৰান্তৰ সংখ্যা ৭জনলৈ বৃদ্ধি

অসমৰ লেখীয়াকৈ চুবুৰীয়া পাহাৰীয়া ৰাজ্য মেঘালয়তো ক'ৰ'না আক্ৰান্তৰ সংখ্যা দম বৃদ্ধি পাইছে ৷ শেহতীয়াভাৱে ৰাজ্যখনত নতুনকৈ পাঁচজন ক'ৰ'না মহামাৰীত আক্ৰান্ত চিনাক্ত কৰা হয়।

ফলত ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ৭ জনলৈ জনলৈ বৃদ্ধি পাইছে৷ এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

Next Story