কেৰালাৰ হোটেলত খাদ্যত বিষক্ৰিয়াৰ ।৬৮ জন চিকিৎসালয়ত

সূত্ৰ অনুসৰি, এই ৬৮ জন ব্যক্তিৰ ভিতৰত ২৮ জন শিশু। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু ২০ জন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
কেৰালাৰ হোটেলত খাদ্যত বিষক্ৰিয়াৰ ।৬৮ জন চিকিৎসালয়ত
Published on: 

নতুন দিল্লীঃ মঙলবাৰে নৰ্থ পাৰভুৰৰ মাজলিছ হোটেল ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰাৰ পিছত কেৰালাৰ এৰ্নাকুলাম জিলাৰ বিভিন্ন চিকিৎসালয়ত কমেও ৬৮ জন লোকক ভৰ্তি কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। খাদ্য বিষক্ৰিয়াৰ লক্ষণ দেখা দিয়াৰ পিছত তেওঁলোকক ভৰ্তি কৰোৱা হৈছিল, আৰু বৰ্তমান জানিব পৰা মতে তেওঁলোকৰ অৱস্থা সুস্থিৰ। ৰাজ্য চৰকাৰে খাদ্য পৰিবেশন কৰা ৰেষ্টুৰেণ্টৰ

বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ মাত্ৰ কেইদিনমানৰ পিছতে সংঘটিত হৈছে এই ঘটনা।—স্থানীয় বিষয়াসকলে প্ৰতিষ্ঠানটো বন্ধ কৰি দিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com