উচ্চতৰ মাধ্যমিকৰ কলাত ৭৮.২৮, বাণিজ্যত ৮৮.১৮, বিজ্ঞানত ৮৬.০৬ শতাংশ উত্তীৰ্ণ

পুৱা ৯ বজাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পৰিচালনা কৰা চলিত বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হয়।
উচ্চতৰ মাধ্যমিকৰ কলাত ৭৮.২৮, বাণিজ্যত ৮৮.১৮, বিজ্ঞানত ৮৬.০৬ শতাংশ উত্তীৰ্ণ

পূৰ্বে ঘোষণা কৰা অনুসৰি আজি বৃহস্পতিবাৰে পুৱা ৯ বজাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পৰিচালনা কৰা চলিত বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ তিনিওটা শাখাৰ ফলাফল ঘোষণা কৰা হয়। ঘোষিত ফলাফল অনুসৰি কলা শাখাত ৭৮.২৮ শতাংশ উত্তীৰ্ণ হয়। মুঠ ১,৬৮,৩৬৭ ছাত্ৰ-ছাত্ৰীৰ ১,৩১,৭৯৪ গৰাকী উত্তীৰ্ণ হয়। শীৰ্ষৰ ১০ টা স্থানৰ প্ৰথম স্থান লাভ কৰে পূবালী ডেকাই। আনহাতে, বাণিজ্য শাখাত ৮৮.১৮ শতাংশ আৰু বিজ্ঞান শাখাত ৮৬.০৬ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। বিজ্ঞান শাখাত আনন্দৰাম বৰুৱা একাডেমীৰ অবিনাশ কলিতাই ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ আৰু বাণিজ্য শাখাত ডিব্ৰুগড়ৰ কৃষ্ণা মহেশ্বৰীয়ে সৰ্বোচ্চ স্থান লাভ কৰে। ফলাফল resultsassam.nic.in

ৱেবছাইটত চাব পাৰিবঃ  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com