২৫জুনৰ পুৱা ৯বজাত ঘোষিত হ'ব দ্বাদশ শ্ৰেণীৰ ফলাফল, কেনেদৰে চাব পাৰিব

২৫জুনৰ পুৱা ৯বজাত ঘোষিত হ'ব দ্বাদশ শ্ৰেণীৰ ফলাফল, কেনেদৰে চাব পাৰিব

অৱশ্যে মাৰ্কশ্বিটৰ হাৰ্ড কপী আৰু প্ৰমাণপত্ৰ পৰৱৰ্তী সময়তহে ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব।
Published on

অহা ২৫ জুনৰ পুৱা ৯ বজাত ঘোষিত হ'ব অসমৰ উচ্চতম মাধ্যমিক চূড়ান্ত বৰ্ষ তথা দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ ফলাফল ৷ উল্লেখ্য যে ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কিছু পিছুৱালে ৷ অৱশেষত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰে যে অহা ২৫ জুনৰ পুৱা ৯ বজাত ফলাফল ঘোষণা কৰা হ'ব।

সেই অনুসৰি নিম্নোক্ত ৱেবছাইটসমূহতো উক্ত ফলাফল লাভ কৰিবঃ

www.hsinfo.in,  www.ahsec.nic.in www.IndiaResults.com www.knowyourresult.com www.ExamResults.com www.results.shiksha www.exametc.com www.schools9.com www.jagranjosh.com www.resultsamarujala.com www.assamresult.in www.iResults.net www.EduAssam.com www.assam.shiksha www.assamjobalerts.com www.timesofindia.com www.assamonline.in www.school.gradeup.com

অৱশ্যে মাৰ্কশ্বিটৰ হাৰ্ড কপী আৰু প্ৰমাণপত্ৰ পৰৱৰ্তী সময়তহে ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com