Begin typing your search above and press return to search.

চিকিত্সালয়ৰ পৰা ঘৰলৈ আৰু ২৫জন ক'ৰ'না আক্ৰান্ত, অসমত ক'ৱিড ৰোগীৰ সংখ্যা হ্ৰাস

ফলত সম্প্ৰতি ৰাজ্যত সক্ৰিয় ক'ৱিড ৰোগীৰ সংখ্যা ৬৮০ জনলৈ হ্ৰাস পাইছে।

চিকিত্সালয়ৰ পৰা ঘৰলৈ আৰু ২৫জন কৰনা আক্ৰান্ত, অসমত  কৱিড ৰোগীৰ সংখ্যা হ্ৰাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 May 2020 2:55 PM GMT

চিকিত্সালয়ৰ পৰা ঘৰলৈ আৰু ২৫জন ক'ৰ'না আক্ৰান্ত, অসমত সক্ৰিয় ক'ৱিড ৰোগীৰ সংখ্যা হ্ৰাস

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সমান্তৰালভাবে এই মহামাৰীৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৷ ক'ৰ'না পজিটিভ চিনাক্ত হোৱাৰ পাছৰে পৰা চিকিত্সাধীন হৈ থকা আৰু ২৫ জন লোকক আজি চিকিত্সালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়। এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই ২৫ জন লোকৰ ২২জনে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত চিকিত্সাধীন হৈ আছিল। আনকেইজনৰ দুজনে শিলচৰ মেডিকেল কলেজ হাস্পতালত আৰু এজন যোৰহাট চিকিত্সা মহাবিদ্যালয় হাস্পতালত চিকিত্সাধীন হৈ আছিল।

Next Story
চাকৰি