সুস্থ হ'লঃ আৰু ২৯ ক'ৰ'না আক্ৰান্তক হাস্পতালৰ পৰা অব্যাহতি

ৰাজ্যত হাস্পতালৰ পৰা যাবলৈ দিয়া ক'ৰ'নাৰ পৰা সুস্থ আক্ৰান্তৰ সংখ্যা ৬৬৫জনলৈ বৃদ্ধি পাইছে।
সুস্থ হ'লঃ আৰু ২৯ ক'ৰ'না আক্ৰান্তক হাস্পতালৰ পৰা অব্যাহতি

সুস্থ হ'লঃ আৰু ২৯ ক'ৰ'না আক্ৰান্তক হাস্পতালৰ পৰা অব্যাহতি

অসমত সুস্থ হ'ল ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈ চিকিত্সাধীন হৈ থকা আৰু ২৯জন লোক। এই লোকসকলক হাস্পতালৰ পৰা যোৱাৰ অনুমতি প্ৰদান কৰা হৈছে। এই কথা সদৰী কৰি আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই লোকসকল ৰাজ্যৰ বিভিন্ন হাস্পতালত চিকিত্সাধীন হৈ আছিল। এই ২৯জন ব্যক্তিক হাস্পতালৰ পৰা অব্যাহতি দিয়াৰ লগে লগে ৰাজ্যত হাস্পতালৰ পৰা যাবলৈ দিয়া ক'ৰ'নাৰ আক্ৰান্তৰ সংখ্যা ৬৬৫জনলৈ বৃদ্ধি পাইছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com