অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,০২৪লৈ বৃদ্ধিঃ নতুনকৈ ৮৯জন পজিটিভ চিনাক্ত

অসমত ক’ৰ’না আক্ৰান্তৰ সংখ্যাই এহেজাৰৰ ঘৰক অতিক্ৰম কৰিলে
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,০২৪লৈ বৃদ্ধিঃ নতুনকৈ ৮৯জন পজিটিভ চিনাক্ত
Published on

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,০২৪লৈ বৃদ্ধিঃ নতুনকৈ আৰু ৮৯জন পজিটিভ চিনাক্ত

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যাই এহেজাৰৰ ঘৰক অতিক্ৰম কৰিলে। আজি নতুনকৈ আৰু ৮৯ জন ক'ৰ'না মহামাৰীত আক্ৰান্ত চিনাক্ত কৰা হয়।

ফলত ৰাজ্যত এই পৰ্যন্ত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,০২৪ জনলৈ বৃদ্ধি পাইছে । এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই নতুন ৮৯ জন ক'ৰ'না আক্ৰান্তৰ ৩০জন কামৰূপৰ, ১৭ জন তিনিচুকীয়াৰ, ১৪জন গুৱাহাটীৰ, ১৪জন ধুবুৰীৰ, ১০জন কাচাৰৰ আৰু চাৰিজন ধেমাজিৰ। ফলত কৰোনা সক্ৰিয় পজিটিভৰ সংখ্যা ৮৯২ জন হৈছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com