অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১১০০লৈ বৃদ্ধিঃ নতুনকৈ  ৪৩ জন পজিটিভ চিনাক্ত

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১১০০লৈ বৃদ্ধিঃ নতুনকৈ ৪৩ জন পজিটিভ চিনাক্ত

এই পৰ্যন্ত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১১০০ জনলৈ বৃদ্ধি পাইছে
Published on

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৯১০লৈ বৃদ্ধিঃ নতুনকৈ আৰু ৪৩ জন পজিটিভ চিনাক্ত

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই আছে ৷ আজি নতুনকৈ আৰু ৪৩ জন ক'ৰ'না মহামাৰীত আক্ৰান্ত চিনাক্ত কৰা হয়।

ফলত ৰাজ্যত এই পৰ্যন্ত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১১০০ জনলৈ বৃদ্ধি পাইছে । এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই নতুন ৪৩ ক'ৰ'না আক্ৰান্তৰ পাঁচজন ধুবুৰীৰ, পাঁচজন গোলাঘাটৰ, তিনিজন বৰপেটাৰ, এজন বঙাইগাঁৱৰ আৰু ২৯ জন বিভিন্ন পৰীক্ষাগাৰৰ । ফলত সম্প্ৰতি ৰাজ্যত সক্ৰিয় ক'ৱিড পজিটিভ লোকৰ সংখ্যা ৯৬৮ জন হৈছে ৷ 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com