অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,৩৬১লৈ বৃদ্ধি, আৰু ২২জন পজিটিভ চিনাক্ত

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ ২২ জন ক’ৰ’না আক্ৰান্ত চিনাক্ত কৰা হৈছে।
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,৩৬১লৈ বৃদ্ধি, আৰু ২২জন পজিটিভ চিনাক্ত

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,৩৬১লৈ বৃদ্ধি, আৰু ২২জন পজিটিভ চিনাক্ত

অসমত ব্যাপক হাৰত বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,৩৬১ জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ ২২ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। এই নতুন ২২ ক'ৰ'না আক্ৰান্তৰ ১৪ গৰাকী ডিব্ৰুগড়, ধেমাজিৰ ৪ গৰাকী, ৩গৰাকী তিনিচুকীয়া আৰু এগৰাকী চৰাইদেউৰ। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com