অসমত অপ্ৰতিৰোধ্য ক'ৰ'না! আক্ৰান্তৰ সংখ্যা ১৫১৩লৈ বৃদ্ধি

আজি ৰাজ্যত নতুনকৈ ২৮জন ক’ৰ’না আক্ৰান্ত চিনাক্ত হয়।
অসমত অপ্ৰতিৰোধ্য ক'ৰ'না! আক্ৰান্তৰ সংখ্যা ১৫১৩লৈ বৃদ্ধি
Published on: 

অসমত অপ্ৰতিৰোধ্য ক'ৰ'না! আক্ৰান্তৰ সংখ্যা ১৫১৩লৈ বৃদ্ধি

অসমত ক'ৰ'না মহামাৰীয়ে একপ্ৰকাৰ অপ্ৰতিৰোধ্য ৰূপ লৈছে। আজি মঙলবাৰে ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১৫১৩জনলৈ বৃদ্ধি পায়। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি ৰাজ্যত নতুনকৈ ২৮জন ক'ৰ'না আক্ৰান্ত চিনাক্ত হয়। ফলত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১৫১৩জনলৈ বৃদ্ধি পাইছে। সম্প্ৰতি ৰাজ্যত ক'ৰ'না এক্টিভ পজিটিভৰ সংখ্যা ১২২২হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com