অসমত ক'ৱিড-১৯ আক্ৰান্তৰ সংখ্যা ১৯৮৮ লৈ বৃদ্ধি, আৰু ১১১ জন পজিটিভ চিনাক্ত

ফলত ৰাজ্যত ক’ৱিড-১৯ সক্ৰিয় আক্ৰান্তৰ সংখ্যা ১৫৩৯ জনলৈ বৃদ্ধি পাইছে।
অসমত ক'ৱিড-১৯ আক্ৰান্তৰ সংখ্যা ১৯৮৮ লৈ বৃদ্ধি, আৰু ১১১ জন পজিটিভ চিনাক্ত
Published on

অসমত ক'ৱিড-১৯ আক্ৰান্তৰ সংখ্যা ১৯৮৮ লৈ বৃদ্ধি, আৰু ১১১ জন পজিটিভ চিনাক্ত

অসমত ক'ৱিড-১৯ আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ১৯৮৮ লৈ বৃদ্ধি পাইছে। নতুনকৈ আৰু ১১১ জন ক'ৰ'না পজিটিভ চিনাক্ত কৰাৰ পাছতে এই মহামাৰীত আক্ৰান্তৰ সংখ্যা ১৯৮৮জনলৈ বৃদ্ধি পাইছে। এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই নতুন ১১১জন ক'ৱিড-১৯ আক্ৰান্তৰ ৪৬ জন হোজাইৰ, ২৮জন ওদালগুৰিৰ, ১১ জন কামৰূপৰ, ১০জন নগাঁৱৰ, ৫ জন মৰিগাঁৱৰ, ৩জন নলবাৰীৰ, ৩জন গোৱালপাৰাৰ, ২জন গোলাঘাটৰ, দুজন যোৰহাটৰ, এজন ধুবুৰীৰ।। ফলত ৰাজ্যত ক'ৱিড-১৯ সক্ৰিয় আক্ৰান্তৰ সংখ্যা ১৫৩৯ জনলৈ বৃদ্ধি পাইছে।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com