Begin typing your search above and press return to search.

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৬,৭৭২লৈ বৃদ্ধি

সম্প্ৰতি ক’ৰ’না এক্টিভ পজিটিভৰ সংখ্যা ৮,৬৭২জন।

অসমত কৰনা আক্ৰান্তৰ সংখ্যা ২৬,৭৭২লৈ বৃদ্ধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 July 2020 6:32 AM GMT

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৬,৭৭২লৈ বৃদ্ধি পাইছে। কাৰণ ১,৬৮৮ নতুন ক'ৰ'না পজিটিভ চিনাক্ত কৰা হৈছে। ইয়াৰে ৫৭০জন ক'ৰ'না পজিটিভ গুৱাহাটীৰ। সম্প্ৰতি ক'ৰ'না এক্টিভ পজিটিভৰ সংখ্যা ৮,৬৭২জন।

Next Story