অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৭৭৬লৈ বৃদ্ধি, আৰু ৮৩জন পজিটিভ চিনাক্ত

এই ৮৩ ক’ৰ’না আক্ৰান্ত ৰাজ্যৰ বিভিন্ন জিলাৰ।
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৭৭৬লৈ বৃদ্ধি, আৰু ৮৩জন পজিটিভ চিনাক্ত

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৭৭৬লৈ বৃদ্ধি, আৰু ৮৩জন পজিটিভ চিনাক্ত

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি পাই আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত সম্প্ৰতি এ্ই মহামাৰীত আক্ৰান্তৰ সংখ্যা ২৭৭৬লৈ বৃদ্ধি পাইছে। এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত আজিৰ দিনটোত নতুনকৈ আৰু ৮৩জন পজিটিভ চিনাক্ত কৰা হৈছে। ফলত অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা তীব্ৰগতিত বৃদ্ধি পালে। এই ৮৩ ক'ৰ'না আক্ৰান্ত ৰাজ্যৰ বিভিন্ন জিলাৰ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com