অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩৫৮জনলৈ বৃদ্ধি, আৰু ছজন পজিটিভ চিনাক্ত

আটাইকেইজন সৰুসজাই কোৱাৰেণ্টিন চেণ্টাৰত আছে।
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩৫৮জনলৈ বৃদ্ধি, আৰু ছজন পজিটিভ চিনাক্ত
Published on: 

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩৫৮জনলৈ বৃদ্ধি, আৰু ছজন পজিটিভ চিনাক্ত

সময় বাগৰাৰ লগে লগে অসমৰ ক'ৰ'না মহামাৰীজনিত পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৩৫৮জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি বিয়লি নতুনকৈ ছজন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয় । এই ক'ৰ'না আক্ৰান্তকেইজনৰ এজন নগাঁৱৰ, দুজন হোজাইৰ, এজন গুৱাহাটীৰ আৰু দুজন পশ্চিম কাৰ্বি আংলং জিলাৰ। আটাইকেইজন সৰুসজাই কোৱাৰেণ্টিন চেণ্টাৰত আছে।

আনহাতে, সম্প্ৰতি ৰাজ্যত ২৯৪ জন ব্যক্তিৰ শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ আছে।     

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com