Begin typing your search above and press return to search.

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৫১৪লৈ বৃদ্ধি, আৰু ৪৮ জন পজিটিভ চিনাক্ত

১৬জন কৰিমগঞ্জৰ, আঠজন লখিমপুৰৰ, আঠজন গুৱাহাটীৰ কোৱাৰেণ্টিন চেণ্টাৰৰ,

অসমত কৰনা আক্ৰান্তৰ সংখ্যা ৫১৪লৈ বৃদ্ধি, আৰু ৪৮ জন পজিটিভ চিনাক্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 May 2020 12:34 PM GMT

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৫১৪লৈ বৃদ্ধি, আৰু ৪৮ জন পজিটিভ চিনাক্ত

শেহতীয়া তথ্য অনুসৰি ক'ৰ'না মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা সম্প্ৰতি অসমত ৫১৪ জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি পিছবেলা নতুনকৈ ৪৮জন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ এই ৪৮ জন লোকৰ ১৬জন কৰিমগঞ্জৰ, আঠজন লখিমপুৰৰ, আঠজন গুৱাহাটীৰ কোৱাৰেণ্টিন চেণ্টাৰৰ, পাঁচজন কাচাৰৰ, চাৰিজন হাইলাকান্দিৰ, তিনিজন দক্ষিণ শালমাৰাৰ, দুজন নগাঁৱৰ, দুজন নলবাৰীৰ, এজন মৰিগাঁৱৰ আৰু এজন গোৱালপাৰাৰ।

আনহাতে, অসমত সুস্থ হোৱা ক'ৰ'না আক্ৰান্তৰ সংখ্যা আজি ৬২ জনলৈ বৃদ্ধি পায়।

Next Story