অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৫২৬লৈ বৃদ্ধি, আৰু ১২ জন পজিটিভ চিনাক্ত

এই ১২ জন লোকৰ ৯জন লখিমপুৰৰ আৰু তিনিজন শিৱসাগৰৰ।
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৫২৬লৈ বৃদ্ধি, আৰু ১২ জন পজিটিভ চিনাক্ত
Published on

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৫২৬লৈ বৃদ্ধি, আৰু ১২ জন পজিটিভ চিনাক্ত

শেহতীয়া তথ্য অনুসৰি ক'ৰ'না মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা সম্প্ৰতি অসমত ৫২৬ জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি পিছবেলা নতুনকৈ ১২জন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ এই ১২ জন লোকৰ ৯জন লখিমপুৰৰ আৰু তিনিজন শিৱসাগৰৰ। ফলত সম্প্ৰতি অসমত ক'ৰ'না এক্টিভ লোকৰ সংখ্যা ৫২৬জনলৈ বৃদ্ধি হৈছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com