Begin typing your search above and press return to search.

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৫৯৫লৈ বৃদ্ধি, আৰু ৪৭ জন পজিটিভ চিনাক্ত

এই ৪৭ জন লোকৰ ২১জন গোলাঘাটৰ, চাৰিজন লখিমপুৰৰ, আঠজন মৰিগাঁৱৰ, তিনিজন গোৱালপাৰাৰ, দুজন কাৰ্বি আংলঙৰ, পাঁচজন নগাঁৱৰ

অসমত কৰনা আক্ৰান্তৰ সংখ্যা ৫৯৫লৈ বৃদ্ধি, আৰু ৪৭ জন পজিটিভ চিনাক্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 May 2020 5:43 AM GMT

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৫৯৫লৈ বৃদ্ধি, আৰু ৪৭ জন পজিটিভ চিনাক্ত

অসমত দ্ৰুত গতিত বৃদ্ধি পাইছে কোৱিড-১৯ত আক্ৰান্তৰ সংখ্যা। শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা সম্প্ৰতি ৰাজ্যত ৫৯৫ জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি নতুনকৈ ৪৭জন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ এই ৪৭ জন লোকৰ ২১জন গোলাঘাটৰ, চাৰিজন লখিমপুৰৰ, আঠজন মৰিগাঁৱৰ, তিনিজন গোৱালপাৰাৰ, দুজন কাৰ্বি আংলঙৰ, পাঁচজন নগাঁৱৰ আৰু এজনকৈ হোজাইৰ আৰু গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ।

Next Story