আৰু ২৭ জন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৬৪৩লৈ বৃদ্ধি

গোলাঘাটত নতুনকৈ ২৭ জন ক’ৰ’না মহামাৰীত আক্ৰান্ত চিনাক্ত কৰা হয়
আৰু ২৭ জন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৬৪৩লৈ বৃদ্ধি

আৰু ২৭ জন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৬৪৩লৈ বৃদ্ধি

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ আজি নিশা গোলাঘাটত নতুনকৈ ২৭ জন ক'ৰ'না মহামাৰীত আক্ৰান্ত চিনাক্ত কৰা হয়।

ফলত ৰাজ্যত ৬৪৩জনলৈ বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com