ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৭,৪৯২লৈ বৃদ্ধি, আৰু ৩২৭জন পজিটিভ চিনাক্ত

ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা লোকৰ সংখ্যা ২,৩৯০জনলৈ বৃদ্ধি পাইছে।
ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৭,৪৯২লৈ বৃদ্ধি, আৰু ৩২৭জন পজিটিভ চিনাক্ত
Published on: 

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৭,৪৯২জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে প্ৰকাশ কৰা অনুসৰি ৰাজ্যত আৰু ৩২৭ জন ক'ৰ'না পজিটিভ চিনাক্ত হৈছে। ফলত সম্প্ৰতি ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৭,৪৯২জনলৈ বৃদ্ধি পাইছে। আনহাতে, ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা লোকৰ সংখ্যা ২,৩৯০জনলৈ বৃদ্ধি পাইছে।    

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com