Begin typing your search above and press return to search.

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৮৫৬লৈ বৃদ্ধি, আৰু ২৫জন পজিটিভ চিনাক্ত

সম্প্ৰতি ৰাজ্যত ক'ৰ'না সক্ৰিয় ৰোগীৰ সংখ্যা ৭৬২জনলৈ বৃদ্ধি পাইছে।

অসমত কৰনা আক্ৰান্তৰ সংখ্যা ৮৫৬লৈ বৃদ্ধি, আৰু ২৫জন পজিটিভ চিনাক্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 May 2020 1:37 PM GMT

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৮৫৬লৈ বৃদ্ধি, আৰু ২৫জন পজিটিভ চিনাক্ত

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৮৫৬জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ আৰু ২৫ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। এই ২৫ জন আক্ৰান্তৰ ১৩জন কামৰূপ মহানগৰৰ, চাৰিজন কাচাৰৰ তিনিজন ধেমাজিৰ, তিনিজন বৰপেটাৰ আৰু দুজন কোকৰাঝাৰৰ। ফলত সম্প্ৰতি ৰাজ্যত ক'ৰ'না সক্ৰিয় ৰোগীৰ সংখ্যা ৭৬২জনলৈ বৃদ্ধি পাইছে।

Next Story