ৰাজ্যত ক'ৰনা আক্ৰান্তৰ সংখ্যা ৯,৭৯৯লৈ বৃদ্ধি

গুৱাহাটী মহানগৰীত ১৩৪জন ক’ৰনা আক্ৰান্ত চিনাক্ত হয়
ৰাজ্যত ক'ৰনা আক্ৰান্তৰ সংখ্যা ৯,৭৯৯লৈ বৃদ্ধি
Published on

অসমত ক'ৰনা আক্ৰান্তৰ উদ্বেগজনক বৃদ্ধি অব্যাহত আছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি শেহতীয়াভাবে ৰাজ্যত ক'ৰনা মহামাৰীৰ মুঠ আক্ৰান্তৰ সংখ্যা ৯,৭৯৯জনলৈ বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হৈছে যোৱা নিসা ৰাজ্যত নতুনকৈ আৰু ৩৬৫ ক'ৰনা পজিটিভ চিনাক্ত হয়। গুৱাহাটী মহানগৰীত ১৩৪জন ক'ৰনা আক্ৰান্ত চিনাক্ত হয়। সম্প্ৰতি ৰাজ্যত ক'ৰনা এক্টিভ পজিটিভৰ সংখ্যা ৩,৪৫৫জনলৈ বৃদ্ধি পাইছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com