ক'ৰ'না মহামাৰীঃ ৰাজ্যত আৰু ৬ জন ব্যক্তিৰ মৃত্যু

ইয়াৰ লগে লগে ৰাজ্যত ক’ৰ’না মহামাৰীত মৃতৰ সংখ্যা ৭৬লৈ বৃদ্ধি পাইছে।
ক'ৰ'না মহামাৰীঃ ৰাজ্যত আৰু ৬ জন ব্যক্তিৰ মৃত্যু
Published on

ক'ৰ'না মহামাৰীত ৰাজ্যত আৰু ৬জন ব্যক্তিয়ে প্ৰাণ হেৰুৱালে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই ব্যক্তিকেইজন হৈছে কৰিমগঞ্জৰ আব্দুল হালিম লস্কৰ(৭৫) আৰু আেলকজান বিবি(৫৫), কামৰূপ মহানগৰৰ সৰোজ কুমাৰ মজুমদাৰ(৭৮), প্ৰফুল্ল শৰ্মা(৬০), পাৰ্ৱতী দাস(৮৫) আৰু নলবাৰীৰ ছৰফুদ্দিন আহমেদ(৫৮)। ইয়াৰ লগে লগে ৰাজ্যত ক'ৰ'না মহামাৰীত মৃতৰ সংখ্যা ৭৬লৈ বৃদ্ধি পাইছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com