আজিৰ পৰা দেশত ১০ দিন বন্ধ থাকিব বেংক

এই ১০ দিনৰ বন্ধৰ মাজত চতুৰ্থ শনিবাৰ আৰু দেওবাৰো আছে।
আজিৰ পৰা দেশত ১০ দিন  বন্ধ থাকিব বেংক

 শাৰদ উত্সৱকে ধৰি নিয়মীয়া বন্ধসহ আজিৰ পৰা ১০ দিনৰ বাবে বেংকসমূহ বন্ধ থাকিব । অৱশ্যে এই বন্ধৰ দিনকেইটাতো অননাইন বেংকিং সেৱা অব্যাহত থাকিব। ফলস্বৰূপে বেংক কৰ্মচাৰীসকলেও বন্ধৰ দিন ভালদৰে উপভোগ কৰিব পাৰিব। প্ৰাপ্প তথ্য অনুসৰি এইকেইদিনত বেংকসমূহৰ বন্ধ এনেধৰণৰ হবঃ 

১৪ অক্টোবৰঃ দুৰ্গাপূজা বা দশেৰা বা অচ্যুত পূজা। 

১৫ অক্টোবৰঃ  দুৰ্গাপূজা/বিজয়া দশমী।

১৬ অক্টোবৰঃ দুৰ্গাপূজা। 

১৭ অক্টোবৰঃ দেওবাৰ। 

১৮ অক্টোবৰঃ কাতি বিহু(অসম)।

১৯ অক্টোবৰঃ ঈদ-ই-মিলাদ।

২০ অক্টোবৰঃ লক্ষ্মীপূজা ।

২২ অক্টোবৰঃ ঈদ-ই-মিলাদ( জম্মু-কাশ্মীৰ)

২৩ অক্টোবৰঃ চতুৰ্থ শনিবাৰ।

২৪ অক্টোবৰঃ দেওবাৰ। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com