স্নাতক শ্ৰেণীত নামভৰ্তিঃ কটনৰ মেধা তালিকা প্ৰকাশ

স্নাতক শ্ৰেণীত নামভৰ্তিঃ কটনৰ মেধা তালিকা প্ৰকাশ

উল্লেখ্য যে এই মেধা তালিকা যোৱা ১১ আগষ্টত প্ৰকাশ পোৱাৰ কথা আছিল যদিও সেয়া সম্ভৱ নহ’ল।
Published on

আগন্তুক শিক্ষাবৰ্ষৰ স্নাতক মহলাৰ নামভৰ্তিৰ মেধা তালিকা প্ৰকাশ কৰিছে ৰাজ্যৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ে। শিক্ষানুষ্ঠানখনে প্ৰকাশ কৰা এই তালিকা ৱেৱছাইটত প্ৰকাশ পাইছে। এই তালিকা স্নাতক কলা(মেজৰ), স্নাতক বিজ্ঞান(মেজৰ), বি চি এ, স্নাতক( লিবাৰেল আৰ্টছ), স্নাতক(বিজ্ঞান) আৰু স্নাতক কলা( গণ মাধ্যম আৰু সাংবাদিকতা)-ৰ। উক্ত মেধা তালিকা https://admissions.cottonuniversity.ac.in-ত পাব।

উল্লেখ্য যে এই মেধা তালিকা যোৱা ১১ আগষ্টত প্ৰকাশ পোৱাৰ কথা আছিল যদিও সেয়া সম্ভৱ নহ'ল।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com