শীৰ্ষ বাতৰি
ক'ৰ'নাত আক্ৰান্ত হ'ল স্বয়ং আৰক্ষী সঞ্চালকপ্ৰধান মহন্ত
এই সম্পৰ্কত ডি জি পি মহন্তৰ মতামত বিচৰাৰ চেষ্টা কৰা হৈছিল যদিও সেয়া সম্ভৱ নহ’ল।
ক'ৰ'না মহামাৰীত আক্ৰান্ত হ'ল স্বয়ং অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। প্ৰাপ্ত তথ্য অনুসৰি ডি জি পি মহন্তৰ নমুনা পৰীক্ষাৰ তথ্য আজি প্ৰকাশ পায়। এই পৰীক্ষাত তেওঁ ক'ৰ'না পজিটিভ হৈছে। অৱশ্যে তেওঁৰ সুৰক্ষাৰক্ষীসকলৰ নমুনা পৰীক্ষাৰ ফলাফল নিগেটিভ হৈছে।
আনহাতে, এই সম্পৰ্কত ডি জি পি মহন্তৰ মতামত বিচৰাৰ চেষ্টা কৰা হৈছিল যদিও সেয়া সম্ভৱ নহ'ল।
আৰু পঢ়িব পাৰেঃ যোৰহাটত শোকাবহ ঘটনাঃ অগ্নিদগ্ধ হৈ দম্পতীৰ মৃত্যু