Begin typing your search above and press return to search.

মণিপুৰতো দ্ৰুত হাৰত বৃদ্ধি ক'ৰ'না আক্ৰান্তৰ সংখ্যাঃ ৩৯ জন চিনাক্ত

মণিপুৰতো দ্ৰুত হাৰত বৃদ্ধি কৰনা আক্ৰান্তৰ সংখ্যাঃ ৩৯ জন চিনাক্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 May 2020 9:24 AM GMT

মণিপুৰতো দ্ৰুত হাৰত বৃদ্ধি ক'ৰ'না আক্ৰান্তৰ সংখ্যাঃ ৩৯ জন চিনাক্ত

অসমৰ দৰে মণিপুৰতো দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ৱিড-১৯ত আক্ৰান্তৰ সংখ্যা। শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনত এই মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা সম্প্ৰতি ৰাজ্যত ৩৯ জনলৈ বৃদ্ধি পাইছে ৷সম্প্ৰতি ইয়াৰে ৩৫জন লোক চিকিত্সাধীন হৈ আছে।এই সকলো ব্যক্তি ৰাজ্যখনৰ পশ্চিম ইম্ফল জিলাৰ।

Next Story