পৰিস্থিতি উদ্বেগজনকঃ নগালেণ্ডত ১২৭লৈ বৃদ্ধি ক'ৰ'না আক্ৰান্ত

পৰিস্থিতি উদ্বেগজনকঃ নগালেণ্ডত ১২৭লৈ বৃদ্ধি ক'ৰ'না আক্ৰান্ত

আজি মঙলবাৰে নতুনকৈ পাঁচজন ক’ৰ’না আক্ৰান্ত চিনাক্ত কৰা হয়।
Published on

পৰিস্থিতি উদ্বেগজনকঃ নগালেণ্ডত ১২৭লৈ বৃদ্ধি ক'ৰ'না আক্ৰান্ত

ক্ৰমে নগালেণ্ডতো ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি উদ্বেগজনক হৈ পৰিছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১২৭জনলৈ বৃদ্ধি পাইছে। নগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পি ফমে প্ৰকাশ কৰা অনুসৰি আজি মঙলবাৰে নতুনকৈ পাঁচজন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয়। ইয়াৰে চাৰিজন ক'ৰ'না আক্ৰান্ত ডিমাপুৰৰ কোৱাৰেণ্টিন কেন্দ্ৰৰ আৰু এজন ক'হিমাৰ কোৱাৰেণ্টিন কেন্দ্ৰৰ।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com