ৰাজহুৱা স্থানত মাস্ক নিপিন্ধিলে এহেজাৰ টকাৰ জৰিমনাঃ মুখ্য সচিব

সংবাদমেলত মুখ্য সচিবে কয় যে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। নিয়ম উলংঘাকাৰীক এহেজাৰ টকাৰ জৰিমনা বিহা হব।
ৰাজহুৱা স্থানত মাস্ক নিপিন্ধিলে এহেজাৰ টকাৰ জৰিমনাঃ মুখ্য সচিব
Published on

ৰাজ্য চৰকাৰে কামৰূপ মহানগৰত কাইলৈ সন্ধিয়া ৭ বজাৰ পৰা তলাবন্ধৰ ক্ষেত্ৰত কিছু শিথিলতা ঘোষণা কৰিছে। কিন্তু এই তলাবন্ধ শিথিল হোৱাৰ সময়ছোৱাত ৰাজহুৱা স্থানত সকলোৱে মাস্ক পৰিধান কৰিব লাগিব। মাস্ক পৰিধান নকৰা লোকক এহেজাৰ টকাৰ জৰিমনা বিহা হব বুলি আজি এখন সংবাদ মেলত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ঘোষণা কৰে। সংবাদমেলত মুখ্য সচিবে কয় যে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। নিয়ম উলংঘাকাৰীক এহেজাৰ টকাৰ জৰিমনা বিহা হব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com