Begin typing your search above and press return to search.

আৰু চাৰিজন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২০৩লৈ বৃদ্ধি

এই আক্ৰান্তসকলৰ দুজন কাৰ্বি আংলঙৰ ৷ আন দুজনৰ এজন দৰঙৰ আৰু আনজন ওদালগুৰিৰ

আৰু চাৰিজন পজিটিভ চিনাক্তঃ অসমত কৰনা আক্ৰান্তৰ সংখ্যা ২০৩লৈ বৃদ্ধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 May 2020 4:45 PM GMT

আৰু চাৰিজন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২০৩লৈ বৃদ্ধি

অসমত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ক'ৰ'না ভাইৰাছৰ দ্ধাৰা আক্ৰান্ত লোকৰ সংখ্যা ৷ শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ২০৩জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই আক্ৰান্তসকলৰ দুজন কাৰ্বি আংলঙৰ ৷ আন দুজনৰ এজন দৰঙৰ আৰু আনজন ওদালগুৰিৰ ৷ আটাইকেইজন সৰুসজাই কোৱাৰেণ্টিন চেণ্টাৰত আছে ৷ সম্প্ৰতি ৰাজ্যত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা লোকৰ সংখ্যা ১৪২জন ।৪৮জনে সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈছে

Next Story