Begin typing your search above and press return to search.

ত্ৰিপুৰাত ৪ দিনত ৪০ টা নতুন ক'ৱিডপজিটিভ ঘটনা, আতংকিত নহ'বলৈ আহ্বান মুখ্যমন্ত্ৰী বিপ্লৱ দেবৰ

biplab debbiplab deb

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 May 2020 9:58 AM GMT

ত্ৰিপুৰাত ৪ দিনত ৪০ টা ক'ৱিড নতুন ক'ৱিডপজিটিভ ঘটনা, আতংকিত নহ'বলৈ আহ্বান মুখ্যমন্ত্ৰী বিপ্লৱ দেবৰ। মাথোঁ চাৰিদিনৰ ভিতৰতে ত্ৰিপুৰাত ৪০ টা নতুন ক'ৱিড পজিটিভ ঘটনা ধৰা পৰিছে। নতুনকৈ ১৩ জন সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ জোৱান ক'ৱিড-১৯ত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ অহাৰ পিছতেই বুধবাৰে ত্ৰিপুৰাত ক'ৰ'না আক্ৰান্তৰ সংখ্যা হয়গৈ ৪০ জন। গোটেইকেইটা পজিটিভ ঘটনা বি এছ এফ, তেওঁলোকৰ পৰিয়াল , আৰু মেছ কৰ্মীৰ লগত জড়িত ।

বিগত ৪ দিনত অহা নতুন ঘটনা কেইটা ১৩৮ বেটেলিয়ান বি এছ এফ ধালাই জিলাৰ । ২ মে'ত দুজন‌ জোৱানৰ দেহত কোৰোনাৰ অৱস্থিতি ধৰা পৰাৰ পিছতেই আন ১২ জনৰ দেহতো পোৱা যায় কোৰোনা ভাইৰাছৰ অৱস্থিতি।

মঙ্গলবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দে এই কথা টুইটাৰ যোগে ঘোষণা কৰে আৰু জনসাধাৰণক শংকিত নহ'বলৈ আহ্বান জনায়।


অন্য খবৰৰ বাবে পঢ়ক: কাইলৈৰ পৰা পঞ্জাৱত অনলাইন বিক্ৰী হ'ব সুৰা, হ'ব, হোম ডেলীভাৰী

ভিডিঅ প্ৰতক্ষ্য কৰক: Live: Tarun Gogoi in an exclusive conversation with Oineetom Ojah only on Sentinel Assam


Next Story
চাকৰি