Begin typing your search above and press return to search.
তলাবন্ধঃ আজিৰ পৰা কি কৰিব পাৰিব, কি কৰিব নোৱাৰে
অহা ১৭ মে'লৈকে জনতাই কি কৰিব পাৰিব আৰু কি কৰিব নোৱাৰিব সেয়া নিৰ্ধাৰণ কৰি দিছে কেন্দ্ৰীয় চৰকাৰে।

আজি সোমবাৰৰ পৰা সমগ্ৰ দেশজোৰা তলাবন্ধৰ তৃতীয়টো পৰ্যায় আৰম্ভ হৈছে। ঠাই বিশেষে এই তলাবন্ধ শিথিল হ'লেও অহা ১৭ মে'লৈকে জনতাই কি কৰিব পাৰিব আৰু কি কৰিব নোৱাৰিব সেয়া নিৰ্ধাৰণ কৰি দিছে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰে গ্ৰীণ, ৰেড আৰু অৰেঞ্জ জ'নৰ ক্ষেত্ৰত কৰিব পৰা আৰু কৰিব নোৱৰা কাম-কাজৰ নিৰ্ধাৰণ কৰিছে। চৰকাৰীভাবে নিৰ্ধাৰিত এই কাম-কাজসমূহ হ'লঃ
- কাম-কাজ ৰেড গ্ৰীণ অৰে়ঞ্জ
- ১) বিমান,ৰেল চলাচল - --নোৱাৰে --- নোৱাৰে ---- নোৱাৰে
- ২) শিক্ষানুষ্ঠান মুকলি ---- নোৱাৰে --নোৱাৰে --নোৱাৰে
- ৩) আন্তঃৰাজ্যিক বাছ --নোৱাৰে --নোৱাৰে --নোৱাৰে
- ৪)হোটেল-চিনেমা-মল মুকলি --নোৱাৰে --নোৱাৰে --নোৱাৰে
- ৫)ৰাজহুৱা উপাসনা গৃহ -- নোৱাৰে --নোৱাৰে --নোৱাৰে
- মুকলি
- ৬)ৱাইন শ্বপ, পান দোকান মুকলি --নোৱাৰে --পাৰিব --পাৰিব
- ৭)মেডিকেল ক্লিনিক, অপিডি --নোৱাৰে --পাৰিব -পাৰিব
- ৮)টেক্সী-কেব সেৱা --নোৱাৰে --পাৰিব -- পাৰিব
- ৯)চাৰিচকীয়া বাহন --নোৱাৰে --পাৰিব(দুজন) --পাৰিব(দুজন)
- ১০)বেংক-বিত্ত ব্যৱস্থা -- পাৰিব --পাৰিব --পাৰিব
- ১১) ডাক আৰু কুৰিয়াৰ --পাৰিব --পাৰিব -- পাৰিব
- ১২) কৃষি কাৰ্য -- পাৰিব --পাৰিব --পাৰিব
- ১৩) ঘৰুৱা বনকৰা মানুহ ৰখা --পাৰিব --পাৰিব --পাৰিব
- ১৪)আন্ত-জিলা বাছ -- নোৱাৰে -- পাৰিব (৫০শতাংশ) নোৱাৰে
- সন্ধিয়া সাত বজাৰ পাছত -ওলাব নোৱাৰে -ওলাব নোৱাৰে --ওলাব নোৱাৰে
- অধিক পঢ়িব পাৰেঃ সৌৰ শক্তি বিক্ৰী কৰাৰ বাবে সাজু অসম জলসিঞ্চন বিভাগ
Next Story