Begin typing your search above and press return to search.

চতুৰ্থ পৰ্যায়ৰ লকডাউনঃ কি কি হ'ব নতুন নিয়ম

আজিৰ পৰা আৰম্ভ হোৱা চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ মানিব লগীয়া নীতি-নিয়ম সন্দৰ্ভত ডি জি পিৰে উমৈহতীয়াভাৱে সংবাদমেল সন্মোধন কৰে।

চতুৰ্থ পৰ্যায়ৰ লকডাউনঃ কি কি হব নতুন নিয়ম

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 May 2020 4:36 AM GMT

চতুৰ্থ পৰ্যায়ৰ লকডাউনঃ কি কি হ'ব নতুন নিয়ম

দেওবাৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ কুমাৰ সঞ্জয় কৃষ্ণই সংবাদমেল সম্বোধন কৰে। আজিৰ পৰা আৰম্ভ হোৱা চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ মানিব লগীয়া নীতি-নিয়ম সন্দৰ্ভত ডি জি পিৰে উমৈহতীয়াভাৱে সংবাদমেল সন্মোধন কৰে।

কি কি থাকিব চতুৰ্থ পৰ্যায়ৰ লকডাউনত-

• পূৰ্বৰ ধৰণে বন্ধ থকা অনুষ্ঠান-প্ৰতিষ্ঠান সমূহ বন্ধ থাকিব।

• ক্ৰীড়াৰ ক্ষেত্ৰত খেলুৱৈ সকলে খেলিব পাৰিব

অৱশ্যে কোনো লোক সমাগম হব নোৱাৰিব।

• সমগ্ৰ দেশৰ সমানে এইবাৰ নিশা ৭ বজাৰ পৰা ৰাতিপুৱা ৭ বজালৈ বন্ধ থাকিব।

• কনটেইনমেন জন সমূহ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা কৰিব।

• আৰক্ষীক কেতিযাও বাধা নিদিব

জনতাই সহযোগ কৰক প্ৰশাসনৰ সকলো কাৰ্য্যত

মন্তব্য আৰক্ষী সঞ্চালক প্ৰধানৰ।

• কনটেইমেন জন সমূহ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা কৰিব ।

• চৰকাৰী কাৰ্য্যলয়ত সমূহ ১০০% উপস্হিতি কৰা হব অচিৰেই। অৱশ্যে এতিয়ালৈ জাননী প্ৰকাশ হোৱা নাই।

একে নিয়ম অনুসৰণ হব ব্যক্তিগত খণ্ডত।

• ২০০ অধিক ৰোগী আক্ৰান্ত হলে ৰেড জ'ন ঘোষনা হব

যানবাহন চলাচলৰ ক্ষেত্ৰত পূৰ্বৰ নিৰ্দেশ থাকিব।

• সামাজিক দূৰত্ব বজাই ৰাখিবই লাগিব।

এই ক্ষেত্ৰত নিৰ্দেশ নামানিলে অধিক কঠোৰ চৰকাৰ।

পদপথৰ বাহিৰে সকলোধৰণৰ ব্যৱসায়ী প্ৰতিস্ঠান খুলিব পাৰিব। কিন্তু শাক- পাচলি, মাছ মাংসৰ বজাৰ বন্ধ থাকিব আগতে যি ধৰণে শাক- পাচলি, মাছ মাংস যোগান চলি আছিল তেনেকৈ চলি থাকিব। ইয়াৰ ওপৰি শ্বপি মল অথবা বজাৰ খুলিব নোৱাৰিব।

Next Story