অভিযুক্ত হত্যাকাৰীক গ্ৰেপ্তাৰ

অভিযুক্ত হত্যাকাৰীক গ্ৰেপ্তাৰ

শিৱসাগৰৰ চেপন আৰক্ষীয়ে নাহৰণি চাহ বাগিছাৰ পৰা বুধবাৰে ৰাতি এজন ৱ্যক্তিক হত্যাৰ অভিযুগত গ্ৰেপ্তাৰ কৰে।সূত্ৰৰ পৰা

জানিব পৰা হৈছে অভিযুক্ত মংগল তাণ্টি(৩১)য়ে শনিবাৰে নিশা পত্নীক নিজ ঘৰতে হত্যা কৰি পলাই আছিল। মৃত মহিলা গৰাকীৰ ভাতৃ

সুন্দৰ ৰাম তাণ্টিয়ে হত্যাকাৰী মংগল তান্টিৰ বিপক্ষে চেপন আৰক্ষী থানাত এখন এফ আই আৰ দাখিল কৰে। আৰক্ষীয়ে অভিযোগ নামাৰ

ভিত্তিত নাহৰণি চাহ বাগিচাৰ পৰা অভিযুক্ত হত্যাকাৰীজনক গ্ৰেপ্তাৰ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com