অসম চিকিৎসা মহাবিদ্যালয়ৰ ৭২সংখ্যক প্ৰতিষ্ঠা দিৱস

অসম চিকিৎসা মহাবিদ্যালয়ৰ ৭২সংখ্যক প্ৰতিষ্ঠা দিৱস

অসমৰ প্ৰথম খন চিকিৎসা মহাবিদ্যালয় অসম চিকিৎসা মহাবিদ্যালয়(এএমচি)ৰ ৭২সংখ্যক প্ৰতিষ্ঠা দিৱস নৱেম্বৰৰ ৩ তাৰিখৰ পৰা ২০১২ চনত প্ৰতিষ্ঠা হোৱা প্ৰাক্তন ছাত্ৰ সন্মিলন আৰু শৈক্ষিক ফৰাম সহযোগতৰ পালন কৰা হ'ব । সমাৰোহৰ লগত সংগতি ৰাখি পঞ্চম সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত এখন বক্তৃত্বা অনুষ্ঠান অনুষ্ঠিত হ'ব; অনুষ্ঠান খন এএমচিৰ প্ৰাক্তন অধ্যক্ষ এচ এন শৰ্মাৰ নামত সমৰ্পিত কৰা হ'ব ,বক্তৃত্বা অনুষ্ঠানত প্ৰসুতি চিকিৎসক আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ডাক্তৰ অলকা গোস্বামীয়ে প্ৰদান কৰিব ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com