অসম লোকসেৱা আয়োগ কেলেঙ্কাৰীত অভিযুক্ত উকীল,আবাসন নিৰ্মাতা আৰু মহিলা এপিএছ বিষয়া গ্ৰেপ্তাৰ

অসম লোকসেৱা আয়োগ কেলেঙ্কাৰীত অভিযুক্ত উকীল,আবাসন নিৰ্মাতা আৰু মহিলা এপিএছ বিষয়া গ্ৰেপ্তাৰ
Published on: 

সমগ্ৰ দেশ কঁপোৱা অসম লোকসেৱা আয়োগ কেলেঙ্কাৰীয়ে নতুন মোৰ লোৱাৰ লগতে সদায় নতুন নতুন তথ্য উন্নোচন হয় আছে।ডিব্ৰুগড় আৰক্ষীয়ে শৈলেন্দ্ৰ শৰ্মা বৰুৱা নামৰ এজন উকীলক মংগলদৈৰ পৰা আৰু সুৰজিৎ চৌধুৰী নামৰ এজন আবাসন নিৰ্মাতাক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে।তেওঁলোক দোয়োজনে মাজৰ টকা লেনদেনৰ কাম কৰা বুলি জানিব পৰা গৈছে।বৰুৱা মংগলদৈ বাৰ সন্থাৰ সাধাৰন সম্পাদক হোৱাৰ লগতে চৌধুৰী প্ৰতিস্থিত আবাসন নিৰ্মাতা হোৱাৰ লগতে কেলেঙ্কাৰীত গ্ৰেপ্তাৰ হোৱা এচিএছ পল্লৱী শৰ্মাৰ পতি বুলি জানিব পৰা গৈছে।দুলিয়াজানৰ পৰা কালি নিশা এপিএছ বিষয়া কবিতা দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com