আৰোহন শিল্পী বটাঁ ২০১৮

আৰোহন শিল্পী বটাঁ ২০১৮

তেজপুৰ চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ শিক্ষয়ত্ৰী আৰু সাংস্কৃতিক কৰ্মী নমিতা মহন্তই অহা ৭ছেপ্তেম্বৰত গুৱাহাটীৰ জিলা পুথিভঁৰালত গ্ৰহন কৰিব সন্মানীয় ৰাজ্যিক পৰ্য্যায়ৰ বটাঁ "আৰোহন শিল্পী বটাঁ ২০১৮"।বটাঁ বিতৰনী এই অনুষ্ঠান খন আয়োজন কৰিছে গুৱাহাটীৰ আৰোহন আৰ্টিষ্ট গীল্ডে আৰু এই সংগঠনটো হৈছে শিশু কল্যান আৰু বিকাশৰ লগতে সমাজ অৰ্থনৈতিক,সাহিত্য,স্বাস্থ্য আৰু সাংস্কৃতিক গোট আৰু ড° ভূপেন হাজৰিকা জন্ম বাৰ্ষিকৰ দিনাই পালন কৰা হ'ব।বহু কেইগৰাকী বিশিষ্ট পণ্ডিত আৰু পৰহিতৈষী আৰু বাকী অন্যান্য লোক উপস্থিত থাকিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com