গুৱাহাটীলৈ অনা হয় এপিএচিৰ  কেলেংকাৰী এপিএছ বিষয়া কবিতা দাসক

গুৱাহাটীলৈ অনা হয় এপিএচিৰ কেলেংকাৰী এপিএছ বিষয়া কবিতা দাসক

Published on

এপিএচ কেলেংকাৰী বিষয়া কবিতা দাসক গুৱাহাটীলৈ অানি কাহিলীপাৰাৰ এছ বিত ডিব্ৰুগড় আৰক্ষীয়ে জেৰা কৰে।দুলীয়াজানত নিশা গ্ৰেপ্তাৰ কৰা হৈছিল ডি এছ পি তথা এ পি এস কেলেংকাৰী কবিতা দাসক।৯দিন ধৰি কৰ্মক্ষেত্ৰত উপস্থিত নথকা কবিতা দাস ১৯সংখ্যক আই আৰ বিনত ডি এছ পি হিচাপে কৰ্মৰত আছিল।কবিতা দাসক ৰক্ষণা-বেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছিল ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী দিগন্ত শইকীয়াৰ বিৰুদ্ধে।২৫মে'ত কাহিলীপাৰাত এ পি এছ বিষয়া গৰাকীৰ হস্তাক্ষৰ লোৱাৰ পিছতে কবিতা দাসক গ্ৰেপ্তাৰ কৰা হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com